Breaking

গুৱাহাটীৰ জয়ানগৰত নিচাসক্ত অজয় গুপ্তা নামৰ যুৱকজনৰ তাণ্ডৱ…

0 15

গুৱাহাটীৰ জয়ানগৰত নিচাসক্ত যুৱকৰ তাণ্ডৱ। চোকা অস্ত্ৰ লৈ শান্তি পথত তাণ্ডৱ অজয় গুপ্তা নামৰ যুৱকজনৰ। ৫ দিন ধৰি অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰি আহিছিল যুৱকজনে।

দিনৰ ভাগতো হাতত অস্ত্ৰ লৈ কেইবাখনো দোকানত কৰিছিল ধন দাবী। ধন নিদিলে আক্ৰমণ কৰাৰ ভাবুকি দিছিল যুৱকজনে।

ঘৰৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ বাসিন্দাকো দিছিল প্ৰাণে মৰাৰ ভাবুকি।

Leave A Reply

Your email address will not be published.