Breaking

দ্বাদশটো সন্তানৰ পিতৃ হ’ল আমেৰিকান ধনকুবেৰ এলন মাস্ক

0 16

শেহতীয়াকৈ বিশ্বৰ প্ৰথম স্থানত থকা আমেৰিকান ধনকুবেৰ এলন মাস্কে দ্বাদশটি সন্তানৰ পিতৃ হোৱা খবৰে খলকনি তুলিলে । উল্লেখ্য যে ব্লুমবাৰ্গত প্ৰকাশ পোৱা এলন মাস্কৰ শিশু সন্দৰ্ভত “এলন ৱান্টছ ইউ টু হেভ মোৰ ৱেবীছ” নামৰ এক নিবন্ধ প্ৰকাশ হৈছিল । ইফালে এই সন্দৰ্ভত পেস্ক ছিস্ক’ত প্ৰকাশিত এক বিবৃতিত দ্বাদশ সন্তানৰ পিতৃ হোৱাৰ বিষয়টো তেওঁ সকলোকে জনোৱা নাছিল যদিও পৰিয়ালৰ লোক আৰু সহবন্ধুসকলেহে গম পাইছিল বুলি উল্লেখ কৰে ।

আনহাতে মাস্কৰ দ্বাদশ সন্তানৰ পিতৃত্ব লাভৰ কথা পোহৰলৈ অহাৰ লগে লগে সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে ২০২১ চনত যমজ সন্তানৰ পিতৃ হোৱা ধনকুবেৰ গৰাকীয়ে এই বিষয় আন্তৰ্জাতিক সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চিত হয়

Leave A Reply