Breaking

ৰঙিয়াৰ বিশিষ্ট সমাজসেৱক ৰাজীৱ খানক সম্বৰ্ধনা জনাই সদৌ অসম কবি মঞ্চই…

0 14

ৰঙিয়াৰ বিশিষ্ট সমাজসেৱক ৰাজীৱ খানক সম্বৰ্ধনা জনাই সদৌ অসম কবি মঞ্চই। সদৌ অসম কবি মঞ্চৰ জন্ম লগ্নৰে পৰা বিভিন্ন দিশত সহযোগিতা আগবঢ়াই অহা ৰাজীৱ খানক যোৱা ২২ আগষ্ট তাৰিখে তেখেতৰ কাৰ্যালয়ত

সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনাই। উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ১০ আগষ্টত অনুষ্ঠিত সদৌ অসম কবি মঞ্চৰ বঁ‌টা প্ৰদান আৰু

সম্বৰ্ধনা অনুষ্ঠানত ৰাজীৱ খান উপস্থিত থাকিব নোৱাৰাত সদৌ অসম কবি মঞ্চই এই পদক্ষেপ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.