Breaking

‘মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰী মহোদয়, আমাক অলপ আৰ্থিক সহায় কৰক!”-সদৌ অসম ব্যক্তিগত বিদ্যালয় ঐক্যমঞ্চৰ কাতৰ আহ্বান

0 766

সদৌ অসম ব্যাক্তিগত বিদ্যালয় ঐক্যমঞ্চৰ সম্পাদকৰ অসমৰ মূখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ আহ্বান

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিক্ষক-কৰ্মচাৰীসকল অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে। বিগত ল’কডাউনত অসম আৰোগ্য নীধি/মূখ্যমন্ত্রী সাহাৰ্য্য পুজি লৈ ৬ লক্ষাধিক টকা ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী সকলে আগবঢ়াইছিল । এই বৰ্ষত আকৌ বিদ্যালয় সমূহ বন্ধ হোৱাত বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ শিক্ষানুষ্ঠান সমূহক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.