Breaking

আজি গুৱাহাটীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ…

0 30

আজি গুৱাহাটীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা।

মহানগৰীৰ বান পৰিস্থিতিৰ বাবে এই বন্ধৰ নিৰ্দেশ।

মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বানৰ বাবে আজি গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান–মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.