Breaking

আজিৰে পৰা মুকলি জগন্নাথ মন্দিৰৰ চাৰিওটা প্ৰৱেশদ্বাৰ…

0 18

আজিৰে পৰা ভক্তৰ বাবে মুকলি পুৰীৰ জগন্নাথ মন্দিৰৰ চাৰিখন দুৱাৰ।

আজি পুৱা আৰতিৰ সময়ত ভক্তৰ বাবে মুকলি কৰা হৈছে পুৰীৰ জগন্নাথ মন্দিৰৰ চাৰিওখন দুৱাৰ।

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী মোহন চৰণ মাঞ্জীৰ এই পদক্ষেপ।

ওড়িশা কেবিনেটৰ প্ৰথমখন বৈঠকতে এই সিদ্ধান্ত।

কোভিড মহামাৰীৰ সময়ৰ পৰাই বন্ধ আছিল মন্দিৰৰ দ্বাৰকেইখন।

মুখ্যমন্ত্রী মোহন চৰণ মাঞ্জীয়ে তেওঁৰ প্রথম কেবিনেট বৈঠকত এই ঘোষণা কৰে যে, ‘মন্দিৰৰ চাৰিওটা প্ৰৱেশদ্বাৰ বহুদিন ধৰি বন্ধ হৈ আছে আৰু নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে ইস্তাহাৰত ঘোষণা কৰিছিল যে মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি আজি মঙলা আৰতিৰ সময়ত মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰা হ’ব।

Leave A Reply