৩ দিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। (Amit Shah)
আজি লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ দেৰগাঁৱত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।
অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ দেৰগাঁৱত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।
শুক্ৰবাৰে অসমত উপস্থিত হয় অমিত শ্বাহ
দেৰগাঁৱত গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাই মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী অতুল বৰাই।