Breaking

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো আৰম্ভ অমৃত বৃক্ষৰ কাৰ্য্যসূচী…

0 27

সমগ্ৰ অসমৰ লগতে তামুলপুৰতো আৰম্ভ কৰা হয় অমৃত বৃক্ষৰ কাৰ্য্যসূচী।

আজি তামুলপুৰত আনুষ্ঠানিক ভাৱে এই কাৰ্য্যসূচী শুভাৰম্ভ কৰে অসম চৰকাৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই।

তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত গছ পুলি ৰোপণ কৰি অমৃত বৃক্ষৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে মন্ত্ৰীগৰাকীয়ে।

তামুলপুৰ জিলা খনত ৩ লাখ ৫৯ হাজৰ ৭৬ জোপা গছ পুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তামুলপুৰ জিলা প্ৰশাসনে।

Leave A Reply

Your email address will not be published.