Breaking

বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক…

0 32

বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অভিযান। অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে চলায় অভিযান ।

ভূটানৰ পৰা সুৰা আনি কৰি আহিছিল বটলিং। আবকাৰী বিভাগৰ অভিযানত বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক।

উদ্ধাৰ নকল লেবেলৰ লগতে ভিন্ন ব্ৰেণ্ডৰ খালী বটল।

Leave A Reply

Your email address will not be published.