Breaking

বাংলাদেশত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত সৰ্বাত্মক অসহযোগ আন্দোলন…

0 22

বাংলাদেশত  হিংসা, সন্ত্ৰাস তথা বঙহৰ বাবে দেওবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী তোলে একাংশই ।

প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত ‘সৰ্বাত্মক অসহযোগ আন্দোলন’ৰ প্ৰথম দিনাই প্ৰতিবাদৰ সূত্ৰপাত হয়।

হাজাৰ হাজাৰ লোক আহত হৈছে । ২৫ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। 

উক্ত প্ৰতিবাদত বৰিচালৰৰ এজন, ঢাকাৰ এজন আৰু গাজীপুৰৰ এজনৰ লোকৰ মৃত্যু হয়। ইফালে আহতসকলৰ ভিতৰত ৫০ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.