Breaking

এখন আৱেগিক ফটোঃ ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত আৱেগিক ৰোহিত শৰ্মা…

0 60

ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত আৱেগিক হোৱা দেখা গ’ল ৰোহিত শৰ্মাক।

টি-২০ বিশ্বকাপ ২০২৪ৰ কালিৰ চেমি ফাইনেল খেলখনত টীম ইণ্ডিয়াই ইংলেণ্ডক পৰাস্ত কৰি ফাইনেল খেলাৰ সুযোগ লাভ কৰিলে।

ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত ৰোহিত শৰ্মাৰ চকুত চকুলো দেখা পোৱা গ’ল।

ৰোহিত শৰ্মাৰ কাষৰত বিৰাট কোহলীক দেখা গ’ল হয়তো বিৰাটে ৰোহিতক অভিনন্দন জনাইছে।

Leave A Reply