Breaking

ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান…

0 68

ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত পলাতক ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভা।

উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিছিল কবিন্দ্ৰ ৰাভাক।

ইয়াৰ পাছতে তেওঁ সুযোগ বুজি পলায়ন কৰে।

অৱশ্যে এতিয়ালৈ দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত সবিশেষ তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

Leave A Reply

Your email address will not be published.