এই বাজেট নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে : গৃহমন্ত্ৰী অমিত শ্বাহ…

এই বাজেট সকলোৰে বিকাশৰ বাবে। নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে।’

মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেট দাখিলৰ পাছতে সামাজিক মাধ্যমযোগে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অভিনন্দন জনালে গৃহমন্ত্ৰী অমিত শ্বাহে।

Related Articles