Breaking

কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ…

0 387

কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ। কানাডাক ২-০ গ’লত পৰাস্ত আৰ্জেণ্টিনাৰ।

মঙলবাৰে নিউ জাৰ্ছিৰ ইষ্ট ৰাদাৰফোৰ্ডৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কোপা আমেৰিকা ২০২৪ৰ ছেমিফাইনেলত আৰ্জেণ্টিনাই কানাডাক ২-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত বেক টু বেক ফাইনেলত প্ৰৱেশ কৰে।

Leave A Reply

Your email address will not be published.