Breaking

পেৰিছ অলিম্পিকৰ উদ্বোধনী মেচত অবিশ্বাস্যভাৱে মৰক্কোৰ হাতত ২-১ গ’লত পৰাস্ত আৰ্জেণ্টিনা…

0 21

পেৰিছ অলিম্পিকৰ উদ্বোধনী মেচত অবিশ্বাস্যভাৱে মৰক্কোৰ হাতত ২-১ গ’লত পৰাস্ত আৰ্জেণ্টিনা। হতাশা আৰু অস্থিৰতাৰে ভৰি পৰিছিল ফুটবল টুৰ্ণামেণ্টৰ প্ৰথম দিনটো ।

আৰ্জেণ্টিনাৰ ফাকুণ্ডো মেডিনাই ৯০+১৬ মিনিটত গ’ল কৰে, যাৰ ফলত খেলখন ২-২ গ’লত অমীমাংসিত হৈ পৰে।

খেল স্থগিত ৰখাৰ দুঘণ্টা পাছত অস্বীকাৰ কৰা হয় গ’লটো ।

Leave A Reply

Your email address will not be published.