শিল্পী দাৰিয়া মাৰচেঙ্কোৰ সৃষ্টি ‘দ্যা ফেচ অৱ ৱাৰ’

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছিলবিশ্বৰ সকলো দেশেই ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ এই সংঘাত ইমানতে নিৰাময় হোৱাৰ আশা কৰিছে আৰু পূৰ্ণ পৰ্যায়ৰ যুদ্ধ নোহোৱাকৈ কূটনৈতিকভাৱে এই সংঘাতৰ পৰিসমাপ্তি ঘটাটো বিচাৰিছে, যুদ্ধৰ দৰে ধ্বংসাত্মক পৰিস্থিতিলৈ যাবলৈ কোনেও ইচ্ছা নকৰে। ৰাছিয়া-ইউক্ৰেইনৰ  যুদ্ধক লৈ  ইউক্ৰেনৰ শিল্পী দাৰিয়া মাৰচেঙ্কোৰ সৃষ্টি ।এই চিত্ৰখনেই হ’ল ভাস্কৰ্য্যৰ এক প্ৰতীক ।ইউক্ৰেনৰ শিল্পী দাৰিয়া মাৰচেঙ্কোৰ সৃষ্টি ।নাম দিলে ‘দ্যা ফেচ অৱ ৱাৰ ‘।

৫০০০ বুলেটৰ খালি কাৰ্ট্ৰিজ বুটলি বনোৱা ।অলপ ডাঙৰ কৰি চালেই বুজিব পাৰিব ।শিল্পতকৈ শক্তিশালী কোনো প্ৰতিবাদ নাই ।

Related Articles