Breaking

মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ অৰুণ কুমাৰ চৌধৰী মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়…

0 20

মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ অৰুণ কুমাৰ চৌধৰীয়ে

আজি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱক সাক্ষাৎ কৰে৷

উক্ত সাক্ষাৎকালত ৰাজ্যখনৰ ৰে’লপথৰ সমন্বয়, বৃদ্ধি, উন্নয়ন সম্পৰ্কীয় বিভিন্ন বিষয়ত গঠনমূলক আলোচনাত মিলিত হয়।

Leave A Reply

Your email address will not be published.