গোলাঘাটৰ হাস্পাতাল ৰোডৰ নিবাসী প্ৰয়াত তৰুণ বৰঠাকুৰৰ পত্নী তথা সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অৰুণা বৰঠাকুৰ এক দুৰাৰোগ্য ৰোগত আকান্ত্ৰ হৈ শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৫ বছৰ।পুত্ৰ-কন্যাসহ বহু আত্মীয়-স্বজনক এৰি গৈছে সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অৰুণা বৰঠাকুৰে।