Breaking

আজি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা…

0 17

আজি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

অৰুণাচলৰ প্ৰদেশত ৫০খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ১৩৩গৰাকী প্ৰাৰ্থীয়ে।

ইতিমধ্যে অৰুণাচলৰ ১০খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপি প্ৰাৰ্থী।

ছিকিমত ৩২খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ১৪৬গৰাকী প্ৰাৰ্থীয়ে।

Leave A Reply

Your email address will not be published.