Breaking

পৃথিৱীত পিতৃ-মাতৃতকৈ ডাঙৰ কোনো নাইঃ কাৰাগাৰৰ পৰা বাসগৃহত অৰবিন্দ কেজৰিৱাল…

0 43

শুক্ৰবাৰে কাৰাগাৰৰ পৰা বাসগৃহত উপস্থিত হয় অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক পৰিয়ালৰ আদৰণি জনাই।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি জামিন লাভ কৰে।

১জুন পৰ্যন্ত অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ।

তিহাৰ কাৰাগাৰৰ পৰা কালি ওলাই আহে অৰবিন্দ কেজৰিৱাল।

পৰিয়ালৰ লোকে তেওঁক মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাই।

সেই মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিলে- পৃথিৱীত পিতৃ-মাতৃতকৈ ডাঙৰ কোনো নাই, পিতৃ-মাতৃৰ এই আশীৰ্বাদ আৰু তেওঁলোকৰ মৰম মোৰ শক্তি, ইমান দিন অপেক্ষা কৰাৰ পিছত তেওঁক সাৱটি ধৰাৰ পিছত মই আৱেগিক হৈ পৰিলোঁ; তেওঁলোকৰ শিক্ষাই মোক ভুলৰ বিৰুদ্ধে যুঁজিবলৈ শিকাইছিল।

Leave A Reply

Your email address will not be published.