Breaking

আজি জামিন লাভ নকৰে অৰবিন্দ কেজৰিৱালে!

0 25

অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ।

কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ED।

আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল।

দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।

Leave A Reply

Your email address will not be published.