assam

Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালৰ কৰুণ জীৱনগাঁথাৰ বৰ্ণনাৰে মঞ্চস্থ নাটকে সচকিত কৰিলে অগণন ৰাইজক। চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ দেওবাৰৰ সাংস্কৃতিক সন্ধিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ...

Chaolung Sukaphaa:চাওলুং চুকাফা

উজনি বাৰ্মাৰ (ম্যানমাৰ) ইৰাৱতী আৰু চেলুইন নদীৰ মাজত অৱস্থিত এখন টাই ৰাজ্য মুং-ৰি-মুং-ৰাম।(Chaolung Sukaphaa) ৰাজ্যখনৰ কিছুমানলোকে ইৰাৱতী নৈ পাৰ হৈ মুং-মিত নামৰ এখন নতুন ৰাজ্য গঠন কৰে।

Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি

বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ৰ(Angelic Bonds) ১৭ বছৰীয়া ছাত্ৰ সন্দীপ বাকালীয়ে(Sandeep Bakali) এক অনন্য সাফল্য লাভ কৰিছে৷(Amazon) এই বয়সতে প্ৰকাশ কৰি উলিয়াইছে 'এঞ্জেলিক বণ্ডছ-দ্যা জাৰ্ণি অৱ ড্ৰীমছ, লাভ এণ্ড ৰেজিলিয়েন্স' (Angelic Bonds: The journey of Dreams, Love and resilience) শীৰ্ষক তেওঁৰ প্ৰথমখন গল্প পুথি৷

Mising Sports Carnival:মিচিং স্প’ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি

মিচিং জনগোষ্ঠীৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰা মিচিং স্প’ৰ্টছ কাৰ্নিভেল(Mising Sports Carnival) বৰ্ণিল কাৰ্যসূচীৰে কালি পুৱতি নিশা সামৰণি পৰিছে৷

International Badminton Championships:গুৱাহাটীত য়নেক্স-ছানৰাইজ মাষ্টাৰ্ছ ছুপাৰ-১০০ আন্তৰ্জাতিক বেডমিণ্টন

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত কাইলৈৰ পৰা আৰম্ভ হ’ব য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা(International Badminton Championships)৷

Popular