assam

Wild Elephants:বকোত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ বলি বনৰীয়া হাতী

ৰাজ্যৰ ঠাই বিশেষে সঘনাই সংঘটিত হৈ আহিছে হাতী মানুহৰ মাজত সংঘাত(Conflict between elephants and humans)। কামৰূপ জিলাৰ বকোৰ বনাঞ্চলত দীৰ্ঘদিনে বিচৰণ কৰি আহিছে এটা বৃহৎ বনৰীয়া হাতীৰ পাল(Wild Elephants)।

Lovmuna:একেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়ো

গোলাঘাট জিলাৰ বৰপথাৰত শনিবাৰে সন্ধ্যা উপস্থিত হয়হি দুই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁই আৰু (Jamuna Bodo) যমুনা বড়ো(Lovmuna)।

Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন

কামৰূপৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰঙ্গেশ্বৰী-টুপামাৰী যুৱকসকলৰ উদ্যোগত আৰু টুপামাৰী(Tupamari) বজাৰৰ সৌজন্যত আয়োজন কৰা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন(Football Tournament) দেওবাৰে সামৰণি পৰে।

Construction of Assam Mala Road:দুলীয়াজনত অসম মালাৰ পথ নিৰ্মাণৰ কাৰ্য শামুকীয়া গতিত ধুলিৰে ধুসৰিত পথে কাহ জ্বৰত আক্ৰান্ত শিশুসহ বৃদ্ধ

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত লোকনিৰ্মাণ বিভাগৰ অধিনত(Construction of Assam Mala Road) দুলীয়াজন-ডিগবৈ দিশেৰে নিৰ্মাণ কাৰ্য চলি থকা দুলীয়াজান-ডিগবৈ মুখ্য পথৰ(Duliajan-Digboi main road) নিৰ্মাণৰ কাম শামুকীয়া গতিৰে(Snail's Pace) অব্যাহত থকাত যাত্ৰীৰ লগতে যানবাহন চলাচল কৰাত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে৷(Cough and Fever)

Peak of the Autumn:আঘোণৰ উকি আৰু আঘোণৰ নষ্টালজিক অনুভূতি…

এই সময়খিনি বৰ হেঁপাহৰ। কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময়। আচলতে আঘোণৰ সময়বোৰ আগুৱাইছে।(Peak of the Autumn) আঘোণ মাহ শেষ হ'বলৈ এতিয়াও দহ-বাৰদিন বাকী।কিন্তু আঘোণৰ সোণোৱালী গুটীধানেৰে ভৰপুৰ পথাৰখনৰ পৰা ধানবোৰ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে।

Popular