assam

Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে

১৬ জুলাই, ১৯৬৯ চন। আমেৰিকাই চন্দ্ৰ লৈ মানৱ যান প্ৰক্ষেপ কৰাৰ ভৰপক সময়,এক মিছন। মানৱযান চন্দ্ৰৰ অভিমুখে গতি কৰি আছে আৰু বিজ্ঞানীসকলৰ(Indian Mathematician) কম্পিউটাৰৰ পৰ্দাত দৃষ্টি নিৱদ্ধ।

Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ ‘জোনোম সান ফালিথাই’

অসমৰ বৃহৎ জনগোষ্ঠী বড়োসকলৰ জাতীয় জীৱনৰ সাহিত্য-সংস্কৃতি-কলাৰ (মেৰুদণ্ড স্বৰূপ) ৭৩ তম বড়ো সাহিত্য সভাৰ(Bodo Sahitya Sabha)'জোনোম সান ফালিথাই'(Jonom Saan Falithai) (প্ৰতিষ্ঠা দিৱস) সমগ্ৰ অসমৰ লগতে ওৰাঙতো ১৬ নৱেম্বৰত অতি উৎসাহজনক ভাৱে পালন কৰা হয়।

IIT Guwahati:অসম আৰক্ষীৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক আইআইটি, গুৱাহাটীৰ সন্মানীয় ফেল’ নিযুক্তি

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্ছ চমুকৈ এছ টি এফৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা মহাপৰিদৰ্শক তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, সাংস্কৃতিক কৰ্মী, সুলেখক, কবি, সাহিত্যিক, অভিনেতা, পৰিচালক ডঃ পাৰ্থ সাৰথি মহন্তক ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আইআইটি) গুৱাহাটীৰ(IIT Guwahati) ‘চেণ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’এ (CIKS) সন্মানীয় ফেল’ (Honourary Fellow) হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে।

Football Tournament:সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত চলি থকা ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা(Sindhura Hazarika) সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ(Football Tournament) আজি বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

Mising Olympic:মিচিং অলিম্পিকৰ ফুটবল প্ৰতিযোগিতাৰ ডি জ’নত ধেমাজি চেম্পিয়ন

মিচিং জাতীয় সংগঠন টিএমপিকেৰ উদ্যোগত ২৮ নৱেম্বৰ আৰু ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা মিচিং অলিম্পিকৰ(Mising Olympic) ফুটবল খেলসমূহ(football tournament) পূৰ্ণ গতিত জ’ন পৰ্যায়ত অনুষ্ঠিত হৈ আছে৷

Popular