assam

Bihali Is Not Jorhat: বিহালী যোৰহাট নহয়- কোন গগৈৰ ওপৰত ক’লে বিধায়ক পদ্ম হাজৰিকা

কংগ্ৰেছ দলৰ ১৫ বছৰীয়া শাসনকালত অসমত গোষ্ঠী সংঘৰ্ষ, তিনিখুঁটি কাণ্ড হৈছিল, অসম-অৰুণাচল সীমান্তত অৰুণাচলৰ মানুহৰ বাবে সীমান্তৰ লোকসকলে শংকাত দিন পৰা কৰিবলগীয়া হৈছিল, সেইকথা আজি বিহালীৰ(Bihali Is Not Jorhat) ৰাইজে পাহৰিলে নহ'ব।

Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’

সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’(Kabita Kabita Lagaa Gan) শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময়(Shrutimodhur Git) কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধিকো মনীষা হাজৰিকাই প্ৰশংসা কৰে৷

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আইএছএলৰ(ISL Parthiv Gogoi) প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আইএছএলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)

Popular