Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
assam
অসমত এক বাণিজ্যানুকূল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে ৰাজ্যৰ উদ্যোগী- বিনিয়োগকাৰীলৈ আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ । Bimal Bara
Nagaon Teacher Story: বগা সাজ পিন্ধি বিদ্যালয়ত শিক্ষক! কিন্তু কিয়?
Weather: বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…
Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ ‘হৃদয়ৰ নীলা পাহি’ উন্মোচন
অসম
দৈনন্দিন বাৰ্তা
-
December 17, 2024
নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড° কৰবী কোঁছৰ 'হৃদয়ৰ নীলা পাহি'(Blue Flower of Heart) নামৰ উপন্যাসখন উন্মোচন কৰা হয়।
Mangaldai Book Fair:মঙলদৈৰ গ্ৰন্থমেলাত অৰ্ধ শতাধিক গ্ৰন্থপ্ৰেমীক মূল্যৱান গ্ৰন্থ উপহাৰ দিলে কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনে
india
দৈনন্দিন বাৰ্তা
-
December 17, 2024
মঙলদৈ গ্ৰন্থমেলাৰ(Mangaldai Book Fair) ১৪ ডিচেম্বৰৰ সামৰণিৰ দিনটোত দেখা পোৱা গ'ল এক ব্যতিক্ৰমী আৰু উৎসাহজনক পদক্ষেপ
Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
india
দৈনন্দিন বাৰ্তা
-
December 17, 2024
অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।
Dr. Shivnath Burman:বিজ্ঞানমনস্ক যাত্ৰাই সুৱঁৰিলে ড০ শিৱনাথ বৰ্মনক
assam
দৈনন্দিন বাৰ্তা
-
December 15, 2024
মোৰ সমসাময়িক হ’লেও ডঃ শিৱনাথ বৰ্মনৰ(Dr. Shivnath Burman) সৈতে মোৰ ঘনিষ্ঠতা অলপ দেৰিকৈ আৰম্ভ হৈছিল৷ কাৰণ আামাৰ কৰ্ম পদ্ধতি পৃথক আছিল৷
Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা
india
দৈনন্দিন বাৰ্তা
-
December 15, 2024
শীতত থৰ থৰকৈ কঁপিছে(Cold Weather) পঞ্জাৱ, হাৰিয়ানা৷ এই দুই ৰাজ্যৰ উপৰি দেশৰ আনম কেইবাখনো ৰাজ্যত শীত প্ৰবাহে(Chilly Winds) তীব্ৰ ৰূপ ধাৰণ কৰিছে৷
1
...
3
4
5
...
79
Page 4 of 79
Popular
Waking: প্ৰতি নিশা একে সময়তে সাৰ পালে বহু ৰোগৰ ইংগিত পোৱা যায়!
দৈনন্দিন বাৰ্তা
-
March 14, 2025