assam

Health: ৪০ বছৰ বয়সৰ পিছত শৰীৰত জটিল ৰোগ আৰম্ভ

বেমাৰ সময়ৰ লগে লগে নাহে। বেছিভাগ সময়তে ৰোগীয়ে ৰোগৰ জটিল অৱস্থাত চিকিৎসকৰ ওচৰলৈ যায়। কিন্তু যিকোনো ৰোগ প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা...

State: জামুগুৰিহাটৰ পকামুৰা পথাৰত ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ ব্যাপক আয়োজন

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিহাটৰ পকামুৰা পথাৰত কাইলৈ তথা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শ্বহীদ দিৱস৷ ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাগৰাকীও...

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ট্রেকিং পথ মুকলি

পাহাৰ ভাল পোৱা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আবাসী, শিক্ষক, শিক্ষার্থী, কৰ্মচাৰী, গৱেষক আদিৰ বাবে সুখবৰ। কিয়নো এতিয়াৰে পৰা ট্রেকিঙৰ প্ৰতি আগ্ৰহী বিশ্ববিদ্যালয়ৰ চৌহদৰ আবাসী সকলে...

APSC examination:ব্যক্তিগত পুথিভঁৰালত অধ্যয়ন কৰি এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ চিলাপথাৰৰ মোহন উপাধ্যায়

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ(APSC examination) সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে চিলাপথাৰৰ এগৰাকী অৱসৰী সেনা বাহিনীৰ জোৱান। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰক্ষী সেৱাত ৩৩ সংখ্যক স্থানত উত্তীৰ্ণ হৈছে ধেমাজি জিলাৰ চিলাপথাৰৰ ফুলবাৰী পথাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰজাপতি উপাধ্যায় আৰু কমলা উপাধ্যায় ৰ পুত্ৰ মোহন উপাধ্যায়।

Kinnar:গোগামুখত কিন্নৰ বনাম কিন্নৰ

কিন্নৰ বনাম কিন্নৰৰ(Kinnar) মাজৰ মাৰপিট তথা কাজিয়াই গোগামুখত(Gogamukh) তুমুল আলেড়নৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ ভিন্ন ৰে’ল ষ্টেচনত ধেমাজি জিলাৰ চিলপথাৰৰ অনন্ত টায়ে আৰু জোনাই মুৰ্কংচেলেকৰ নয়ন পেগু সহিতে বহুকেইজন ভুবা কিন্নৰে নিজকে  কিন্নৰ বুলি  পৰিচয় দি বহু মানুহৰ পৰা ধন দাবী কৰি আহিছিল৷

Popular