অসমত কমিলেও মিজোৰামত বাঢ়িছে ক’ভিড….

অসমত কমিলেও চুবুৰীয়া মিজোৰামত বাঢ়িছে ক’ভিড। যোৱা ২৪ ঘণ্টাত মিজোৰামত ৮৩৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। বৰ্তমান ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছেগৈ ৪,২০৯গৰাকীলৈ।

কভিডত ৰাজ্যখনত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছেগৈ ৬৬৪জনলৈ। দৈনিক প্ৰতি মুহূৰ্তে বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা। সকলোকে ক’ভিড বিধি মানি চলাৰ আহ্বান স্বাস্থ্য বিভাগৰ।

Related Articles