আছাম ৰাইজিং( ইভেন্টে)

ধুবুৰীৰ এএমকো ৰোড ইছলাম নগৰৰ জামে মছজিদত শৌচালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন…

২০২১-২২ ৰ বিধায়ক উন্নয়ন পুজিৰ অধিনত তিনি লাখ  টকাৰ ব্যায় সাপেক্ষে ধুবুৰীৰ বিধায়ক নজৰুল হকৰ নেতৃত্বত এখন নতুনকৈ শৌচালয় নিৰ্মাণৰ আধাৰ শিলা শুভ উদ্বোধন কৰে ভাষানীৰ...

জৱাহিৰিৰ হত্যাৰ পিছতে প্ৰথমবাৰৰ বাবে বিস্ফোৰণত কঁপি উঠিল কাবুল, কমেও ৮ জন নিহত…

আফগানিস্তানৰ ৰাজধানী কাবুলত আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক মাৰ্কিন সেনাই হত্যা কৰাৰ কেইদিনমান পিছতে  এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাবুল।  চহৰখনৰ এটা জনবসতিপূৰ্ণ অঞ্চলত হোৱা...

স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাৰঃ কোন দিশে শান্তি আলোচনা?

আলফা-চৰকাৰৰ আলোচনাত যেন একপ্ৰকাৰ যতি পৰিল৷ অসম চৰকাৰৰ প্ৰচেষ্টা আৰু আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সদিচ্ছাত আলফা-চৰকাৰৰ মাজত আলোচনাৰ পৰিবেশ এটা গঢ় লৈ উঠিছিল...

নগাঁৱৰ গোমোঠাগাঁৱত ৯ বস্তা চোৰাং শামুক উদ্ধাৰ…

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গোমোঠা গাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শনিবাৰে উদ্ধাৰ হয় ৯ বস্তাকৈ চোৰাং শামুক ৷ ইটাচালী টাউন আৰক্ষী চকীৰ অন্তৰ্গত গোমোঠাগাঁৱত...

বাঘবৰৰ চৰাঞ্চলত জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ আকস্মিক পৰিদৰ্শন…

 বৰপেটা জিলাৰ নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গে শুক্ৰবাৰে হঠাৎ জিলা খনৰ বাঘবৰ সমষ্টিৰ একাংশ চৰাঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত গৰাকীয়ে বৰপেটাৰ ব্ৰহ্মপুত্ৰ...

Popular