Breaking

দক্ষিণ ভাৰতৰ বিগ বাজেটৰ ছবিত কণ্ঠদান কৰিব অসমৰ সংগীত শিল্পী অন্তৰা নন্দীয়ে…

0 324

অসমৰ বাবে সুখবৰ । দক্ষিণ ভাৰতৰ মণিৰত্মৰ ৫০০ কৌটি টকা বিগ বাজেটৰ ফিল্ম PS-1 অ’ত সংগীত জগতৰ নক্ষত্ৰ এ আৰু ৰহমানৰ সংগীত পৰিচালনাত কণ্ঠদান কৰিব অসমৰ সংগীত শিল্পী অন্তৰা নন্দীয়ে ।

বৰ্তমান অন্তৰা নন্দীৰ চচিয়েল মিডিয়াত বহুতো গীত ভাইৰেল হৈছে ।

তেওঁলোকৰ নিজা ইউটিউব চেনেল আছে । ইউটিউবত যথেষ্ট জনপ্ৰিয় দুয়ো গৰাকী শিল্পী ।

ডিবি নিউজৰ‌ তৰফৰ পৰা অসমৰ দুয়োগৰাকী সংগীত শিল্পী অন্তৰা নন্দীলৈ শুভকামনা ।

Leave A Reply

Your email address will not be published.