Breaking

অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ মহানুভৱতা ! ব্যক্তিগত পুঁজিৰে মেৰামতি কৰিলে দেৰগাঁৱৰ জৰাজীৰ্ণ পথ…

0 21

অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ মহানুভৱতা। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ সাগৰপাম গাঁৱৰ জৰাজীৰ্ণ পথত পেলালে শিল। অঞ্চলটোৰ ৰাইজৰ দুর্দশা বুজি ব্যক্তিগত পুঁজিৰে মেৰামতি কৰি দিলে পথ।

বহুদিনৰ পৰাই দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ সাগৰপাম গাঁৱৰ ৰাইজে পথ নির্মাণ কৰি দিবলৈ অনুৰোধ জনাইছিল স্থানীয় বিধায়কক।


পথটো বাৰীষা নেৰা-নেপেৰা বৰষুনৰ বাবে যাতায়তৰ উনুপযোগী হৈ পৰে।
সমাজ কৰ্মী জনৰ একক প্ৰচেষ্টাত লোৱা এনে মহৎ কৰ্মৰাজীৰ বাবে অঞ্চলটোৰ ৰাইজে একেমুখে শলাগ লৈছে।

দিব্য জ্যোতি কাকতি,ৰঙামাটি

Leave A Reply

Your email address will not be published.