Breaking

২ টা দিনৰ বাবে স্তব্ধ হৈ পৰিব অসম! ৰাজ্যত নচলিব বাণিজ্যিক যান-বাহন…

0 196

শুকুৰবাৰৰ পৰা ৰাজ্যত নচলিব বাণিজ্যিক যান-বাহন! ৰাজ্যজুৰি বন্ধ থাকিব দিবা-নৈশ বাছ সেৱাও। গুৱাহাটীত নচলিব অ’লা-উবেৰ।

৫ আৰু ৬ জানুৱাৰীত ৰাজ্যত নচলিব বাহন (৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব এই সেৱা)। যান-বাহনৰ নতুন আইন বাতিলৰ দাবীত এই বন্ধ কাৰ্যসূচী।

এক কথাত আগন্তুক ২ টা দিনৰ বাবে স্তব্ধ হৈ পৰিব অসম! Hit And Run আইনৰ বিৰোধীতাৰে বৃহৎ আন্দোলনৰ ঘোষণা চালকসকলৰ। নাটনি হ’ব পাৰে পেট্র’ল-ডিজেল, ৰন্ধন গেছৰ!

Leave A Reply

Your email address will not be published.