Breaking

বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ..

0 74

বহি ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ৷

তামিলনাডুত মৃত্যু কাকপথাৰ ২ নং চেলেংগুৰিৰ তুলসী হাজৰিকা আৰু অনু হাজৰিকাৰ পুত্ৰ মানৱ হাজৰিকাৰ৷

কৰ্মসূত্ৰে যুৱক জনে বাস কৰিছিল তামিলনাডুত৷

ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যুৱকজন৷

কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ৷

যুৱক জনৰ মৃতদেহ কাকপথাৰস্থিত নিজ গৃহলৈ উভতাই অনাত সহায় কৰিবলৈ জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসনৰ লগতে মূখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে৷

মৃত মানৱ হাজৰিকাই পত্নীসহ দুই কনমানি সন্তান এই সংসাৰত এৰি থৈ গৈছে৷

কৰ্মৰত কোম্পানীক পৰিয়ালৰ লগতে দুই সন্তানৰ ভৰণপোষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান৷

Leave A Reply