অসম

Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি

বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ৰ(Angelic Bonds) ১৭ বছৰীয়া ছাত্ৰ সন্দীপ বাকালীয়ে(Sandeep Bakali) এক অনন্য সাফল্য লাভ কৰিছে৷(Amazon) এই বয়সতে প্ৰকাশ কৰি উলিয়াইছে 'এঞ্জেলিক বণ্ডছ-দ্যা জাৰ্ণি অৱ ড্ৰীমছ, লাভ এণ্ড ৰেজিলিয়েন্স' (Angelic Bonds: The journey of Dreams, Love and resilience) শীৰ্ষক তেওঁৰ প্ৰথমখন গল্প পুথি৷

Mising Sports Carnival:মিচিং স্প’ৰ্টছ্‌ কাৰ্নিভেলৰ সামৰণি, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ধেমাজি

মিচিং জনগোষ্ঠীৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰম্ভ কৰা মিচিং স্প’ৰ্টছ কাৰ্নিভেল(Mising Sports Carnival) বৰ্ণিল কাৰ্যসূচীৰে কালি পুৱতি নিশা সামৰণি পৰিছে৷

Wild Elephants:বকোত জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ বলি বনৰীয়া হাতী

ৰাজ্যৰ ঠাই বিশেষে সঘনাই সংঘটিত হৈ আহিছে হাতী মানুহৰ মাজত সংঘাত(Conflict between elephants and humans)। কামৰূপ জিলাৰ বকোৰ বনাঞ্চলত দীৰ্ঘদিনে বিচৰণ কৰি আহিছে এটা বৃহৎ বনৰীয়া হাতীৰ পাল(Wild Elephants)।

Lampi football team:টুপামাৰীত ফুটবল প্ৰতিযোগিতাত মেঘালয়ৰ লাম্পি ফুটবল দল চেম্পিয়ন

কামৰূপৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰঙ্গেশ্বৰী-টুপামাৰী যুৱকসকলৰ উদ্যোগত আৰু টুপামাৰী(Tupamari) বজাৰৰ সৌজন্যত আয়োজন কৰা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন(Football Tournament) দেওবাৰে সামৰণি পৰে।

Construction of Assam Mala Road:দুলীয়াজনত অসম মালাৰ পথ নিৰ্মাণৰ কাৰ্য শামুকীয়া গতিত ধুলিৰে ধুসৰিত পথে কাহ জ্বৰত আক্ৰান্ত শিশুসহ বৃদ্ধ

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত লোকনিৰ্মাণ বিভাগৰ অধিনত(Construction of Assam Mala Road) দুলীয়াজন-ডিগবৈ দিশেৰে নিৰ্মাণ কাৰ্য চলি থকা দুলীয়াজান-ডিগবৈ মুখ্য পথৰ(Duliajan-Digboi main road) নিৰ্মাণৰ কাম শামুকীয়া গতিৰে(Snail's Pace) অব্যাহত থকাত যাত্ৰীৰ লগতে যানবাহন চলাচল কৰাত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে৷(Cough and Fever)

Popular