অসম

অসম আৰু মেঘালয়ত জাৰি কৰিছে ৰেড এলাৰ্ট

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম আৰু মেঘালয়ত জাৰি কৰিছে ৰেড এলাৰ্ট, তাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন ৰাজ্যত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট।দেশৰ বিভিন্ন...

ভূমিস্খলন-বানৰ বাবে ব্যাহত ৰে’লসেৱা

ভূমিস্খলন-বানৰ বাবে ব্যাহত ৰে’লসেৱা।বান পৰিস্থিতিৰ বাবে আশিংকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল।সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা। আংশিকভাৱে বাতিল কৰা ৰে’লসমূহ– ▶️13173 নং লামডিং–আগৰতলা অভিমুখী আগৰতলা...

পথৰ দুৰৱস্থা আৰু কৃত্ৰিম বানক লৈ শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ: পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

আহোম স্বৰ্গদেউ সকলে নিৰ্মাণ কৰোৱা শিৱসাগৰৰ ঐতিহাসিক দুৱৰণী আলিৰ দুৰৱস্থা।স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে।স্থানীয় বিধায়ক মূর্দাবাদৰ ধ্বনিৰে...

ওদালগুৰি জিলাৰ সাৰেঙত প্ৰৱল বানে উটুৱাই নিলে যুৱকক

ৰাজ্যত কেবল পানী আৰু পানী৷নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ কলাইগাওঁ সমষ্টিৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ভালেমান গাঁও প্লাৱিত৷সাৰেং গাঁৱৰ এজন ব্যক্তিক বাঢ়নী পানীয়ে উটুৱাই...

মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত শাকতোলাত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

পুৱতি নিশা মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ মান অংশ ভূটানৰ পাহাৰৰ পৰা নামি অহা পানীয়ে হঠাৎ খহাই নিয়াৰ খবৰ...

Popular