Breaking

Browsing Category

অসম

বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সমাধান বিচাৰিছে নদুৱাৰবাসী ৰাইজে ! নতুন চৰকাৰলৈ আহ্বান অঞ্চলবাসীৰ

 শোণিতপুৰ জিলাৰ ন-দুৱাৰ অঞ্চলত বিগত দীৰ্ঘকাল ধৰি বন্যহস্তীৰ উপদ্ৰৱ সহ্য কৰি আহিছে অঞ্চলবাসীয়ে। সেইহে এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ স্থায়ী সামাধান বিচাৰিছে ন-দুৱাৰৰ দক্ষিণ পাৰৰ গঞা ৰাইজে। জীয়া ভৰলী নৈৰ দাতি কাষৰীয়া অঞ্চল অৰ্থাৎ কাজিৰঙা
Read More...

এতিয়াৰ পৰা ঘৰতে পাব সুৰা : সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি চৰকাৰৰ।

এতিয়াৰ পৰা মোবাইল এপ আৰু ৱেবচাইটৰ যোগেদি দিল্লীত হোম ডেলিভাৰী যোগে পোৱা যাব দেশী-বিদেশী সুৰা ।দিল্লী চৰকাৰে ১জুনৰ পৰা মদৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰিছে । দিল্লী চৰকাৰে আবকাৰী আইনৰ সংশোধনী ঘটাই এখন ৰাজপত্ৰিত জাননীৰ যোগেদি এই পদ্ধতি
Read More...

গোলাঘাটত দুই ক’ভিড প্ৰসূতিক সন্তান প্ৰসৱ কৰাই অনন্য নিৰ্দশন দাঙি ধৰিলে তিনি চিকিৎসকে

গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক'ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে  গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে।  গোলাঘাটৰ শ্বহীদ 
Read More...

১০ জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

অহা ১০জুনত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, প্ৰায় ৫ঘন্টা ধৰি হব এই সূৰ্যগ্ৰহণ, দুপৰীয়া ১ বাজি ৪২ মিনিটৰ পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ,ভাৰতত আংশিকভাৱে পৰিলক্ষিত হব এই সূৰ্যগ্ৰহণ
Read More...

ওদালগুৰিৰ পানেৰীত দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন | অভিযুক্তক গ্ৰেপ্তাৰ |

ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ফুলকুছি গাঁৱত এজনী দহ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত আজি আৰক্ষীয়ে ৰূপেন দৈমাৰী(৪০) নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা অনুসৰি ফুলকুছি গাঁৱৰ ৰূপেন দৈমাৰী নামৰ ব্যক্তিজনে নিজৰ সমন্ধীয়
Read More...

এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত…

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাই জয় কৰিলে ৰূপৰ পদক।এছিয়ান বক্সিঙৰ ৬৪ কেজি শাখাত ৰূপৰ পদক লাভ শিৱ থাপাৰ।ডুবাইত চলি থকা চেম্পিয়নশ্বীপৰ ফাইনেলত মংগোলীয়ান বক্সাৰৰ হাতত পৰাস্ত হয় শিৱ।মংগোলীয়ান বাটাৰচুক চিনজোৰিগৰ হাতত
Read More...

বঙাইগাঁৱত চলন্ত ৰে’লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ’ল দুই গভাইত চোৰ

বঙাইগাঁও ৰে'ল ষ্টেচনত সোমবাৰে এখন চলন্ত ৰে'লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল বঙাইগাঁও চহৰৰ দুই গভাইত চোৰ ৷ ৰাইজৰ সহযোগত ৰে'লৱে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা এই গভাইত চোৰ দুজন বঙাইগাঁও চহৰৰ কবৰস্থানৰ ৰাজা ৰজক (২৫)
Read More...

মুকালমুৱাৰ চুকে-কোণে নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলন : গ্ৰেপ্তাৰ দহ সৰবৰাহকাৰী ৷

ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বুজন পৰিমানৰ
Read More...

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : কাকপথাৰ উভতা গাঁৱত হেৰ’ইনসহ পাঁচ যুৱকক আটক

যোৱা ইংৰাজী ৩০ তাৰিখৰ দৈনন্দিন বাৰ্তাত "কাকপথাৰ, ডিৰাকত ড্ৰাগছ, কানি, মদৰ অবাধ বেহা::নীৰৱ-নিৰ্বিকাৰ আবকাৰী বিভাগ, আৰক্ষী" নামৰ এক শীৰ্ষক বাতৰিত তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ, বৃহত্তৰ ডিৰাক অঞ্চলত ব্যাপক হাৰত  বৃদ্ধি
Read More...

শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পূৰণ কৰা হ’ব ৩,২৮৭টা খালী পদ!

ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ সু-খবৰ দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত দাসে। সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, 'পঞ্চায়তআৰু গ্ৰামোন্নয়ন বিভাগত  ৩ হাজাৰ ২৮৭টা পদ খালী হৈ আছে। শীঘ্ৰে খালী পদ সমূহ পূৰণ কৰা
Read More...