Breaking

Browsing Category

অসম

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ক’ভিড…

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সোমবাৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কোভিড প্ৰটোকল মানি অনুষ্ঠিত এক অনুষ্ঠানত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰি অহা প্ৰশংসনীয় কামৰ বাবে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামক বিশেষ ভাবে সন্মানিত কৰে
Read More...

পাণ্ডুৰ জয়মতী নগৰত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত পাণ্ডুৰ জয়মতী নগৰত যোৱানিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । জানিব পৰা মতে ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত অগ্নিকাণ্ডটোত সম্পূৰ্নৰূপে ভস্মীভূত হয় ১০ টাকৈ বাসগৃহ । প্ৰাপ্ত খবৰ মতে
Read More...

ধুবুৰী জিলাৰ গোসাঁইডুবী তিনডুবী গাওঁ পঞ্চায়তৰ পাৰ্কু পাইনৰ কামত ব্যাপক দুৰ্নীতি ৷ সাংবাদিকৰ কেমেৰাৰ…

 চৰকাৰে দিয়া বিৰসিং জৰুৱা ব্লকত মুঠ ১৯ কোটি ৩৫ লাখ টকা পাৰ্কু পাইনৰ আচনিঁৰ নামত ধন মুকলাই দিছে তাৰে ভিতৰত গোসাঁইডুবি তিনডুবী গাওঁ পঞ্চায়তত অন্তৰ্গত ১০ টা পাৰ্কুপাইনৰ কামৰ পৰিমান ১ কোটি তাৰে ভিতৰত মাত্ৰ ৪/৫ লাখ  টকাৰ কাম কৰিছে বুলি ৰাইজ
Read More...

দলগাওঁ শিয়ালমাৰী উন্নয়ন খন্ডৰ অন্তৰ্গত শ্যামপুৰ গাওঁ পঞ্চায়তত আচনিৰ নামত ব্যাপক দূৰ্নীতি : আচঁনিৰ…

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ দলগাওঁ
Read More...

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

হোজাইৰ বৰপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে হোজাই আৰক্ষীয়ে৷ হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰপুখুৰীৰ এখন শাক-পাচলিৰ দোকানৰ পৰা জব্দ কৰে গাঞ্জাখিনি৷ জব্দ কৰা গাঞ্জাখিনিৰ ওজন ২ কেজি ৬০০ গ্ৰাম৷ ঘটনা সংক্ৰান্তত হোজাই
Read More...

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতি পুৱা ৫টা মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ NL-0N 4149 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। উল্লেখ্য যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল
Read More...

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰ

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰজমিৰ উদ্দিন তালুকদাৰ, ডবকা ৩১ মেঃ সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগচ, নিছাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত হোজাই আৰক্ষীয়েও চলাইছে ড্ৰাগচবিৰোধী অভিযান ৷ আজি হোজাই
Read More...

কোভিডত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ পেলালে ৰাষ্টাত। উত্তপ্ত ৰমাই চাহ বাগিছা।

ডিব্ৰুগড়ৰ ৰমাই চাহ বাগিছাত উতপ্ত পৰিস্থিতি। কোভিড আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যু হোৱা ভীম ভূঞা নামৰ এজন শ্ৰমিকৰ মৃতদেহ এম্বুলেঞ্চত কঢ়িয়াই আনি পথৰ কাষত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ তুলি বাগিচাখনৰ শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষ আৰু চিকিৎসালয়ৰ
Read More...

ক’ভিড আতংকৰ মাজতে গোলাঘাটত দল বদলিকৰণ প্ৰক্ৰিয়া

ক'ভিড  বিভীষিকাৰ  এনে  ভয়ংকৰ পৰিস্থিতিৰ  মাজতে গোলাঘাটত অব্যাহত আছে দল বাগৰা প্ৰক্ৰিয়া । অগপৰ জন্মস্থান গোলাঘাটত পুনৰ অগপ ভেটি সুদৃঢ় হোৱাৰ পথত। বিগত সময়ত অগপ শূণ্য হৈ পৰা  গোলাঘাটত আজি বহ কংগ্ৰেছ কৰ্মীয়ে  অগপত  যোগদান কৰে।  গোলাঘাট
Read More...

‘মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰী মহোদয়, আমাক অলপ আৰ্থিক সহায় কৰক!”-সদৌ অসম ব্যক্তিগত বিদ্যালয়…

সদৌ অসম ব্যাক্তিগত বিদ্যালয় ঐক্যমঞ্চৰ সম্পাদকৰ অসমৰ মূখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ আহ্বান ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিক্ষক-কৰ্মচাৰীসকল অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে। বিগত ল'কডাউনত অসম আৰোগ্য
Read More...