Breaking

Browsing Category

অসম

ৰৌতাত গণসংক্ৰমণৰ দিশে ক’ভিড : ভেকচিন কেন্দ্ৰ সময়মতে নোখোলাত ৰাইজৰ ক্ষোভ

ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলক কালান্তক ক'ভিডৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৱে বাৰুকৈয়ে স্পৰ্শ কৰিছে । কাৰণ প্ৰতিদিনে ৰেপিড এন্টিজেন টেষ্টত ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ ৰৌতা আৰক্ষী থানাৰ
Read More...

পশ্চিম দৰঙৰ সত্ৰ আৰু দেৱালয়ত থকা জীৱকুললৈ খাদ্য যোগান

সমগ্ৰ ৰাজ্যত কভিদে ভয়ংকৰ ৰূপ ধাৰন কৰাৰ মাজতে সত্ৰ আৰু দেৱালয়ত থকা চৰাই চিৰিকটি আৰু জীৱ কুল যথেষ্ট খাদ্য সংকতত পৰিছে ৷ আনহাতে পৰিচালনা সমিতি সমুহো যথেষ্ট চিন্তিত হৈছে ৷ এনে সময়তে দৰঙ জিলাৰ এটি দূৰদৰ্শী স্বেচ্ছাসেৱী অনুষ্ঠান "মানুহে মানুহৰ
Read More...

চেলেংহাটৰ সমাজ কৰ্মী তুষাৰ পাললৈ ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা

যোৰহাট জিলা টীয়ক চেলেংহাটৰ সমাজ কৰ্মী তথা বিশিষ্ট শৰীৰ চৰ্চাবিদ  তুষাৰ পাললৈ আগবঢ়োৱা হৈছে 'ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা' । ১০ বছৰ অধিক সময় ধৰি সমাজ কৰ্মী পালে সমগ্ৰ যোৰহাট জিলাত ড্ৰাগছ আৰু সুৰাৰ বাবে বিভিন্ন অঞ্চলত সজাগতা শিবিৰ 
Read More...

জামুগুৰিহাটত জীয়া ভৰলীৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ: জীয়া ভৰলী নদী খননৰ আশ্বাস মন্ত্ৰী…

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ গৰাখহনীয়া অঞ্চল কালি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই । বিয়লি চাৰি বজাত জামুগুৰিহাটৰ চামধৰাৰ লগতে 'কন্যকা' কৃষি পামৰ সমীপত জীয়া ভৰলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ১৫ নং
Read More...

ভূৰাগাঁও আৰক্ষীৰ জালত কুখ্যাত অপৰাধী ,জুৱাৰ সম্ৰাট আবু হানিফ ,একাধিক গোচৰত অভিযুক্ত অপৰাধীটোক জেল…

 মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বৰালিমাৰী আৰু হয়বৰ গাঁও পঞ্চায়ত এলেকাৰ নৈপৰীয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা বাহুবল আৰু মাফিয়াৰাজ চলাই সৰ্বসাধাৰণ চৰুৱা খহনীয়া গ্ৰস্ত লোকৰ মাজত প্ৰভাৱশালী লোক হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আবু
Read More...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। পুৱা ৯.৫১ বজাত অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি।পুৱা ৯.৫১ বজাৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৮। ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰৰ পশ্চিম দিশে ৪৪ কিঃমিঃ নিলগত।
Read More...

ওদালগুৰি জিলা কাৰাগাৰত কভিডত পুনৰ ১৫ জনৰ লগতে মুঠ ৫৮ জন আক্ৰান্ত: অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ…

ওদালগুৰি জিলা কাৰাগাৰত পুনৰ ১৫ গৰাকী কাৰাবন্দীৰ দেহত কোৰোনা সংক্ৰমিত হোৱা ঘটনাই এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।যোৱা ২৩ মে'ত জিলা কাৰাগাৰখনত থকা ১৮৮ গৰাকী কাৰাবন্দীকে স্বাস্হ্য বিভাগৰ জৰিয়তে ৰেপিট এন্টিজেন টেষ্ট কৰা হৈছিল আৰু উক্ত পৰীক্ষাৰ
Read More...

গোলাঘাট মুৰফুলনীত ৰাইজ আৰু গাওঁৰক্ষী বাহিনীয়ে খেদি খেদি ধৰিলে অবৈধ কাঠ ভৰ্ত্তি বাহন ।

কৰ'ণাই  স্তব্ধ  কৰা জনজীৱনৰ মাজতে  গোলাঘাটত চলিছে  বিভিন্ন অবৈধ ব্যৱসায়। সান্ধ্য আইনৰ সময়তো গোলাঘাট  বগীজানৰ পৰা দৈনিক পাৰ হৈছে অবৈধ কাঠভৰ্তি বাহন। দেওবাৰে পুৱা এখন অবৈধ  নাম্বাৰ প্লেট বিহীন কাঠ ভৰ্তি  বলে'ৰ পিক আপ  ভান  জব্দ কৰে
Read More...

দৰঙৰ ধুলাত এচ অ পি উলাংঘা কৰি ক’ৰণাৰ বজাৰ ।সৰহ সংখ্যকৰেই নাই মাক্স , নাই সামাজিক দুৰত্ব ।

ধনৰ লেন দেনত মধ্য ভুগীয়ে চলাইছে বজাৰ । ৫-১০ মিনিটৰ পথ অতিক্ৰম কৰোতে আৰক্ষী ক লাগে ১ ঘন্টা সময় । আৰক্ষীৰ উমান পাই চত্ৰ ভংগ দিলে ৰাইজে । ক'ভিড১৯ৰ দ্বিতীয়টো ঢৌৱে ত্ৰাস সৃষ্টি কৰাৰ পিছতো মহামাৰীৰ প্ৰতি ভয় নাই গাওঁ অঞ্চলৰ সহজ সৰল
Read More...

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতি পুৱা ৫টা মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৫১ পেকেট গাঞ্জা সহ NL-0N 4149 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। উল্লেখ্য যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল
Read More...