Breaking

Browsing Category

অসম

৭ জুনৰ পৰা অসমত আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া!

ৰাজ্যত শেহতীয়াকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু পজিটিভিটি হাৰো ৫ শতাংশৰ তললৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিছে যে, ৭ জুনৰ পৰা অসমত সামান্য আনলকৰ কথা চিন্তা কৰিছে
Read More...

ক’ভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

মোদী চৰকাৰৰ সপ্তম বৰ্ষ পূৰ্তি উপলক্ষ্যে অসম চৰকাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই আঁচনিৰ অধীনত ক’ৰোনাত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা কৰা হ’ব। ক’ৰোনাত পিতৃ-মাতৃ বা পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তিক
Read More...

আজিৰ পৰা অসমত নাই ১৮ উদ্ধৰ ভেকচিন।চলিত মাহত অসমলৈ ভেকচিন নাহে, জুনৰ প্ৰথম সপ্তাহত ভেকচিন অহাৰ…

চলিত মাহত অসমলৈ ভেকচিন নাহে, জুনৰ প্ৰথম সপ্তাহত ভেকচিন অহাৰ সম্ভাৱনা।৪৫ উদ্ধৰ মাত্ৰ ৪৮ ঘণ্টাৰ বাবে হে মজুত আছে ভেকচিন।অসমত বৰ্তমান নাই covaxin ভেকচিন।আজিৰে পৰা ৰাজ্যৰ প্ৰায় সমূহ ভেকচিন কেন্দ্ৰত প্ৰথম পালি ভেকচিন প্ৰদান বন্ধ,কেৱল দ্বিতীয়
Read More...

বঙাইগাঁৱৰ বৰপথাৰত নিশা আৰক্ষীৰ অভিযান :বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

বঙাইগাঁও আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ শনিবাৰে সন্ধিয়াৰ ভাগত জিলাখনৰ চৌৰাগুৰিত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা ৮ঃ৩০ মান বজাত পুনৰ আন এক অভিযান চলায় ৷ বঙাইগাঁও থানাৰ
Read More...

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষীৰ নিচা জাতীয় সামগ্ৰী কানিৰ বিৰুদ্ধে বৃহৎ অভিযান৷কানি আৰু নগদ ধনসহ…

লেখাপানী আৰক্ষী থানাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিংগাম গাৱঁৰ পৰা লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজু দাসৰ নেতৃত্বত যোৱা এটা দলে  আটক কৰে কানি বেপাৰ কৰা এহাল দম্পত্তিক। খিলে ভুজেল নামৰ লোকজনক আৰক্ষীয়ে নিঙগাম গাঁওৰ বৌদ্ধ
Read More...

জোনাইত বৃহৎ পৰিমাণৰ হিৰইন জব্দ৷ আটক এজন যুৱক৷

সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাইছে অভিযান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ৷ আজি  ধেমাজি জিলাৰ জোনাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে৷  প্ৰায় ২০ লাখ টকাৰ ড্ৰাগছ সহ এজন ড্ৰাগছ
Read More...

নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শুভ উদ্ধোধন স্বাস্থ্য…

নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত নতুনকৈ স্থাপন কৰা ৬৮ খন অক্সিজেন যুক্ত বিচনা আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ লগে লগে নগাঁও জিলা
Read More...

বটদ্ৰৱা প্ৰকল্প হ’ব লাগিব ভৱিষ্য দৰ্শনৰ ৰূপৰেখা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী পূজিঁলৈ একলক্ষ টকাৰ এখন চেক প্ৰদানবটদ্ৰৱা প্ৰকল্প"ৰ ক্ষেত্ৰত লোৱা এই দৃঢ় সিদ্ধান্তৰ বাবে সমূহ বটদ্ৰৱা বাসীৰ হৈ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আঙুৰলতা ডেকাৰ গুৰুজনায়
Read More...

গুৱাহাটীৰ পৰা অপহৃত শিশু বৰপেটাৰ ভেল্লাৰ ৰাইজৰ তৎপৰতাত উদ্ধাৰ

গুৱাহাটীৰ পৰা অপহৃত শিশু বৰপেটাৰ ভেল্লাৰ ৰাইজৰ তৎপৰতাত উদ্ধাৰ বাইকেৰে ফুৰাই অনাৰ কথা কৈ শিশুটিক লৈ আহিছিল বৰপেটা অভিমূখে।শিশুটিক জোৰ জুলুমকৈ বাইকত উঠাই আনিছিল অপহৰণকাৰীয়ে।গুৱাহাটীৰ পৰা শিশুটি আনি থকা অৱস্থাত ভেল্লাতঅপহৰণকাৰীয়ে বাইকখন
Read More...

যোগীঘোপাত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ত জড়িত পিতা -পুত্রক আটক

বঙাইগাঁও জিলাৰ যােগীঘােপা থানাৰ অন্তৰ্গত কাবাইটাৰীত কালি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ পিতা - পুত্ৰক আটক কৰে । আটকাধীন দুয়াে ক্রমে কাবাইটাৰী প্রথম খণ্ড গাঁৱৰ ৰেজাউল ইছলাম আৰু তেওঁৰ পুত্র ইনামুল ইছলাম বুলি
Read More...