Breaking

Browsing Category

অসম

মুকালমুৱাত নিচাজাতীয় ড্ৰাগছসহ এজনক আটক ৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত মুকালমুৱা আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক
Read More...

ৰঙিয়াৰ ব্যক্তিগত বিদ্যালয়ে আগবঢ়ালে বিনামূলীয়া ক’ভিড এম্বুলেন্স

আজি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰঙিয়া তুলসিবাৰীস্থিত ব্যক্তিগত খণ্ডৰ ডি মাথা নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনৰ তৰফৰ পৰা এখন বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰে। উল্লেখযোগ্য যে ৰঙিয়াত দিনকদিনে বৃদ্ধি পাই অহা ক'ভিড আক্ৰান্তৰ সুবিধাৰ
Read More...

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ বৰলীয়া নৈৰ মথাউৰি পৰিদৰ্শন

বাৰিষা কাল সমাগত , ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক সকলক ভগ্ন মথাউৰী নিৰ্মাণৰ কামৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিছে । বাৰিষাৰ পূৰ্বেই আটাইবোৰ মথাউৰীৰ নিৰ্মাণ তথা মেৰামতীৰো কঠোৰ নিৰ্দেশ দিছে যাৰবাবে
Read More...

ক’ভিডত আক্ৰান্ত হৈ মৃত্যু তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ

তামুলপুৰৰ বিধায়কৰ লেহো ৰাম বড়োৰ দেহাৱসান। বিগত ২৭ মে’ৰ পৰা ভৰ্তি হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । আজি ৰাতিপুৱা মৃত্যক সাৱটি লয় তামুলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ
Read More...

মাজবাটৰ বেটেলি চাহ বাগিছাত ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ

সমগ্ৰ ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক'ৰোনা মহামাৰী ওদালগুৰি জিলাৰ মাজবাটৰ বেটেলি চাহ বাগিছাত দিনক দিনে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত  বৃদ্ধি হোৱাত  অঞ্চল জুৰি এক আতংকময় সৃষ্টি হৈছে । মাজবাটৰ  টাউন গাঁৱ অঞ্চলৰ লগতে
Read More...

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান : নিশা ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

 ৰাজ্যজুৰি আৰক্ষী- প্ৰশাসনৰ ৰদ-বদলৰ পিছতেই সমগ্র ৰাজ্যত চলিছে ড্ৰাগছ ব্যৱসায়ৰ উৎখাত অভিযান। পিছ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীও। দীৰ্ঘদিন ধৰি জিলাখনত ড্ৰাগছৰ কৱলত পৰি বহু প্ৰতিভাৱান যুৱক-যুৱতী ধ্বংসৰ গৰাহলৈ গতি কৰিছে । যদিও  আৰক্ষীৰ
Read More...

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত।নগাঁও সদৰ থানাৰ এলেকাতে আজি ৮ জন গ্ৰেপ্তাৰ।

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাবে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা আৰক্ষীয়ে জিলা খনৰ সৰ্বত্ৰতে ড্ৰাগছৰ বিৰুদ্ধে আৰু অপৰাধ মূলক কাম কাজৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰাল ভাবে আৰক্ষীয়ে এনে বোৰ কাম কাজৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা
Read More...

দুলীয়াজান-ডিগবৈত ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

দুলীয়াজান-ডিগবৈত ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান/বিলাসী বাহন, নগদ ধনসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ-গাঞ্জা জব্দ/মহিলাসহ পাঁচগৰাকীক ৰঙাঘৰলৈ
Read More...

স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ শিৱসাগৰ ভ্ৰমণ:শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন,উপায়ুক্ত কাৰ্যালয়ত…

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ ক'ভিড ৱাৰ্ডৰ আন্তঃগাথঁনি, চিকিৎসা সেৱা তথা
Read More...

এছিয়ান বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত মেৰী কম আৰু সাক্ষীৰ

২৮ মে' ২০২১ঃ ছয়বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতৰ তাৰকা মহিলা বক্সাৰ মেৰীকম আৰু দুবাৰৰ বিশ্ব যুৱ চেম্পিয়ন সাক্ষী চৌধুৰীয়ে বৃহস্পতিবাৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত তেওঁলোকৰ স্থান নিশ্চিত কৰে।মেৰীয়ে ৫১ কিলোগ্ৰামৰ ছেমিফাইনেল বাউটত ৪-১
Read More...