Breaking

Browsing Category

অসম

লাহৰীঘাট বজাৰত ভয়াবহ অগ্নিকাণ্ডত বৃহৎ পৰিমাণৰ ক্ষয় ক্ষতি :দুপৰীয়াৰ অগ্নিকাণ্ডত দাউ দাউ জ্বলিল…

আজি দুপৰীয়া প্ৰায় ২•৩০ বজাত মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ থানাৰ উত্তৰত অৱস্থিত  দোকানত অকস্মাত জুই লাগি হোটেল, কিতাপ দোকান, পান দোকান , ফাৰ্মাচি ডিষ্টিভিউটাৰ , কম্পিউটাৰ দোকান  , মবাইল ৰিচাৰ্ছ ডিষ্টিভিউটাৰ দোকানৰ , ফ্ৰীজৰ দোকানৰ  লগতে 
Read More...

লাহৰীঘাটৰ তিনি ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ থানাৰ অন্তৰ্গত তিনিচুকীয়াৰ পৰা যোৱা নিশা লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনি ড্ৰাগছ সৰবৰাহী ক্ৰমে আশ্বাদুল  ইছলাম  ( ২৭ ) ,জাহাঙ্গীৰ  আলম  ( ৩০ ) আৰু  নজৰুল ইছলাম  ( ২৭ ) নামৰ ব্যক্তি সকলক  আজি  ধৃত ড্ৰাগছ
Read More...

ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গজালিত সংঘটিত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ছিপাঝাৰৰ দুজন টেলিকম…

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গজালীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এই দুৰ্ঘটনাটোত  দুজন লোক গুৰুতৰ ভাৱে আহত হৈছে। এখন ইটা কঢ়িয়াই নিয়া এ এচ ০৪ এচি  ৯৩৬০ নম্বৰৰ এখন বলেৰ' পিক আপ আৰু  এ
Read More...

লক্ষীপুৰ জলেশ্বৰৰ ভয়াবহ গড়াখহনীয়াৰ বুজ ললে উপায়ুক্তই

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ টাকিমাৰী অঞ্চলত  ভয়াবহ ভাবে অৱ্যাহত থকা গড়াখহনীয়াৰ কালি আবেলি  বুজ লবলৈ আহে  গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে ।উল্লেখ্য যে জলেশ্বৰৰ টাকিমাৰী, নাতিন টোঙা, মধুপুৰ, বানিয়া পাৰাকে ধৰি বিস্তৃত অঞ্চলত দীৰ্ঘ
Read More...

কামৰূপ,গোৱালপাৰাৰ সীমামূৰীয়া দুখন গাঁৱৰ শতাধিক বাঁহ শিল্পীৰ স্তব্ধ জীৱন জীৱিকা, সাপ্তাহিক বজাৰ…

 গোৱালপাৰা জিলাৰ সীমামূৰীয়া পূৱ গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত কমাৰ পথাৰ গাঁৱৰ নয়াপাৰা আৰু তেলিপাৰাৰ দুখনকৈ চুবুৰীত বসবাস কৰা  প্ৰায় ডেৰ শতাধিক পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। চুবুৰী দুখনৰ লোক সকলৰ সাতামপুৰুষীয়া বাঁহ শিল্পৰ লগত জড়িত
Read More...

জোনাইত জলসম্পদ মন্ত্ৰী পীষুজ হাজৰিকা৷ জোনাইৰ লালী চিয়াং নদীয়ে সৃষ্টি কৰা বান আৰু গৰাখহনীয়া অঞ্চল…

অসম বিধানসভাৰ অধিবেশন সমাপ্ত হোৱাৰ পিছৰে পৰা গেৰুৱাদল নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বানপানী নিয়ন্ত্ৰণৰ বাবে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰিদৰ্শন
Read More...

মুকালমুৱাত নিচাজাতীয় দ্ৰব্যসহ ধৃত ৰঞ্জন আলী৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত মুকালমুৱা আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ
Read More...

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধৰ দাবী আছুৰঃক’ভিডৰ আতংকঃমন্ত্ৰী পীযুষ হাজৰিকাই আতিথ্য…

২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰিি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধৰ দাবী জনাইছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত ছাত্ৰ সন্হাৰ তৰফৰ পৰা বিবৃটিত কয়- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প
Read More...

মাজুলীৰ চিকিৎসাখণ্ডৰ বুজ ললে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী বিমল…

দ্বিতীয় বাৰৰ বাবে মাজুলী বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই প্ৰথম বাৰৰ বাবে নিজৰ সমষ্টি মাজুলীত যোৱা ২৬মে'ত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালে মাজুলীৰ খহনীয়াকে আদি কৰি জিলা প্ৰশাসনৰ লগত
Read More...

হোজাইৰ কোমোৰাকটা গাওঁত অজগৰ উদ্ধাৰ

হোজাইৰ কোমোৰাকটা গাওঁত অজগৰ উদ্ধাৰ দক্ষিণ কোমোৰাকটা গাওঁৰ পথাৰত গছৰ ওপৰত অজগৰ থকা প্ৰত্যক্ষ কৰে স্থানীয়। ততাতৈয়াকৈ বনবিভাগৰ লোকসকলক খবৰ দিয়াৰ লগতে গছৰ পৰা নমোৱাৰ ব্যৱস্থা কৰে স্থানীয় লোকসকলে। অজগৰে দালে গাওঁৰ পোহনীয়া জীৱ জন্তুৰ
Read More...