Breaking

Browsing Category

অসম

মুকালমুৱাত ভয়াবহ পথ দুৰ্ঘটনা:তিনিজনৰ অৱস্থা অতি সংকটজনক

মুকালমুৱাত ভয়াবহ পথ দুৰ্ঘটনা ৷হাজো-দৌলাশাল গড়কপ্তানি পথৰ দমদমা পথাৰত ট্ৰাক আৰু মালবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ ৷ভয়াবহ পথ দুৰ্ঘটনাটোৰ ফলত মালবাহী মেজিকখনত থকা তিনিজনৰ অৱস্থা অতি সংকটজনক ৷দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে কেওজনকে স্থানীয় লোকে
Read More...

চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰীভাৱে কনন্টেইনমেন্ট জ’নৰ পৰিয়ালক প্ৰদান দুহাজাৰ টকীয়া খাদ্যৰ পেকেজ…

আজি নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰমুখ্যে কাননগু আৰু লাট মণ্ডলৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰীভাৱে কনন্টেইনমেন্ট জ’নৰ পৰিয়ালক প্ৰদান কৰা হ’ল দুহাজাৰ টকীয়া এক খাদ্যৰ পেকেজ ৷ জামুগুৰিহাটৰ বাঁহবৰীয়া
Read More...

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক খাদ্য যোগান জামুগুৰিহাটৰ তিনি যুৱ সাংবাদিকৰ ।

সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো কভিড ১৯ মহামাৰীৰ ভয়াবহতাৰ মাজতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভাৱতাৰ পৰিচয় দিলে জামুগুৰিহাটৰ তিনিজন যুৱ সাংবাদিকে । কভিড ১৯ ৰ সময়ত জীৱ জন্তুৰ বাবে খাদ্যৰ সংকটত পৰি
Read More...

গহপুৰত বুজন মৰিমাণৰ ড্ৰাগছ সহ আটক ড্ৰাগছ মাফিয়া

গহপুৰত বুজন মৰিমাণৰ ড্ৰাগছ সহ আটক হৈছে ১৫ জনকৈ ড্ৰাগছ মাফিয়াৰ লগতে ড্ৰাগছ সেৱনকাৰী। ইয়াৰে ৪ গৰাকী মহিলা। আজি পুৱতি নিশা গহপুৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত আৰু গহপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰশান্ত বেজবৰুৱা, হাৱাজান
Read More...

মানুহে ইমিউনিতি বৃদ্ধিৰ বাবে কনী বেচিকৈ খাবলৈ লৈছে , সেই বাবে দাম বাঢ়িছে :ৰঞ্জিত দাস

ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি সকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই ফল লাভ কৰিবলৈ সক্ষম হৈছো । চৰকাৰ থাকিলে দলৰ সংগঠন কৰাৰ সুবিধা বেছি । চৰকাৰ নাথাকিলে সংগঠন কৰাৰ কি যন্ত্ৰণা পোৱা যায় সেয়া ভূক্ত ভূগী
Read More...

ক’ভিড সন্দৰ্ভত ৰাংলিটিং চাহ বাগিচাৰ বিৰুদ্ধে এজাহাৰ

ৰাংলিটিং চাহ বাগিচাৰ কৰ্তৃপক্ষই ক’ভিড আক্ৰান্তসকলক কৰা দুৰ্ব্যৱহাৰৰ সংক্ৰান্তত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লাহোৱাল আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা ঘটনাক সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ উক্ত চাহ বাগিচাত ১২ মে’ তাৰিখে প্ৰায় ৬০
Read More...

ভূত বাংলাত পৰিণত বাসুগাঁওৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়

বিগত ১৭ বছৰেই পৰিত্যক্ত অৱস্থাত থকা চিৰাং জিলাৰ বাসুগাঁওৰ ৩০খন বিছনাযুক্ত চিকিৎসালয় খন বুধবাৰে পৰিদৰ্শন কৰে চিৰাং জিলাৰ ৩১নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰী জয়ন্ত বসুমাতাৰীয়ে । উল্লেখ্য যে ২০০৪ চনতে তেতিয়াৰ
Read More...

হোজাই ৰেলপথত মৃতদেহ উদ্ধাৰ

হোজাইত ৰেলপথত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য৷ হোজাইত ৰেলৰ খুন্দাত নিহত এজন যুৱক। হোজাই এক নং ৰেলগেটৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বত উদ্ধাৰ হয় মৃতদেহটো৷ দুৰ্ঘটনাত পতিত যুৱক জন হোজাই সুভাস নগৰৰ ৰফিক আহমেদ বুলিব জানিব পৰা গৈছে।
Read More...

হাজোৰ ঠিকাদাৰক ফোনত ধমক দিয়ে ক্ষান্ত থাকিব নে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা? নে চকু দিব আন স্থানৰ…

হাজোৰ ঠিকাদাৰক ফোনত ধমক দিয়ে ক্ষান্ত থাকিব নে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা? নে চকু দিব আন স্থানৰ মথাউৰিতো?
Read More...

মাজুলীৰ সুৰক্ষাৰ বাবে পূঁজিৰ নাটনি নহ’ব” মন্ত্ৰী পিযুষ হাজৰিকা, “চৰকাৰে প্ৰস্তুত কৰা পৰিকল্পনাৰ সঠিক…

"অসমৰ বৈষ্ণৱ  সংস্কৃতিৰ পীঠস্থান মাজুলীৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আছে ৷ এই পৱিত্ৰ ভূমিৰ সুৰক্ষাৰ বাবে যিমান পূঁজিৰ প্ৰয়োজন হ’ব সিমানেই টকা অসম চৰকাৰে ব্যয় কৰিব। মাত্ৰ এটাই কথা, প্ৰতিটো টকাৰ সদ্ব্যবহাৰ হ'ব লাগিব আৰু কামৰ ক্ষেত্ৰত আমি কোনো
Read More...