Breaking

Browsing Category

অসম

কোভিড ৰোগীৰ মৃতদেহৰ অংশ শ্মশানৰ পৰা টানি আনিলে কুকুৰে

বৰপেটা চহৰত সংঘটিত হৈছে এক আজৱ কাণ্ড । কোভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ শ্মশানত সম্পূৰ্ণ সৎকাৰ নকৰাৰ ফলত মৃতদেহৰ এটি অংশ টানি আনিলে কুকুৰে । এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ গান্ধী নগৰত । এই ঘটনাক লৈ স্থানীয় লোকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে
Read More...

ৰহমৰীয়াত ক’ভিড চেন্টাৰ মুকলি বিধায়ক বিনোদ হাজৰিকাৰ

লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাকক্ষত এটি ক'ভিড চেন্টাৰ মুকলি কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই। ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি জিতুল গোহাঁয়ে আঁত ধৰা সভাখনত চৰকাৰী গাঁওবুঢ়া, ভিডিপি, আশাকৰ্মী, নাৰ্চ, অংগনবাড়ী
Read More...

বৰপেটাৰ দঙৰকুছিত বজ্ৰপাতত এগৰাকী যুৱকৰ মৃত্যু

বৰপেটাৰ দঙৰকুছিত শোকাবহ ঘটনা বজ্ৰপাতত এগৰাকী যুৱকৰ মৃত্যু বজ্ৰ পৰি মৃত্যু ৰিতুমণি দাসৰ বুধবাৰে নিশা ঘৰ অভিমুখে গৈ থকাৰ পথত বজ্ৰ পৰি সংজ্ঞাহীন হৈ পৰে ২৫ বছৰীয়া যুৱকজন যুৱকজনক ততালিকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া
Read More...

নৈশ কাৰ্ফিউৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান

 ক’ভিড-১৯ ভাইৰাছ প্ৰতিৰোধৰ অৰ্থে  ৰাজ্যজুৰি অব্যাহত আছে  কাৰ্ফিউ ৷ দিনৰ ১১ বজাৰ পৰা বন্ধ হৈ পৰা জনজীৱনত অৰ্থনৈতিক ভাৱেও কোঙা হৈ পৰিছে অধিকাংশ লোকে। বৃদ্ধি পাইছে চুৰি কাৰ্যৰ দৰে অপৰাধ।  সেয়েহে নিশা জনশূন্য হৈ পৰা  গোলাঘাট নগৰৰ আৰক্ষীৰ তহলৰ
Read More...

ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে মডাৰ্ণ ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী সম্ভৱা কাশ্যপে

দেশত ক'ৰণা মহামাৰীৰ আতংকময় পৰিবেশৰ মাজতে ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল চাপনীয়া নিবাসী শিক্ষক উজ্জ্বল ডেকা আৰু প্ৰৱক্তা দিপাঞ্জলী দাসৰ একমাত্ৰ কন্যা সম্ভৱা কাশ্যপে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰপ্ৰদেশ ঝাঁচিৰ মনিকৰ্ণিকা আৰ্ট
Read More...

সোণাৰিত খাদ্যৰ নামত বৰবিহৰ বজাৰচৌধুৰী পাপৰৰ পেকেটৰ ভিতৰত ভিতৰত ওলাল ভেকুঁৰ উঠা পাপৰ।

ক'ভিড সৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ লৈ এচাম ব্যৱসায়ীয়ে খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী গ্ৰাহকক যোগান ধৰি  জনস্বাস্থ্যৰ প্ৰতি ভয়াবহতাৰ সৃষ্টি কৰিছে। তেনে এক ঘটনা
Read More...

ৰৌতাত ক’ভিড বিধি নমনাক আৰক্ষীৰ লাঠী

মহামাৰী ক'ভিড  ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ লহৰে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সেয়ে দেশ তথা  ৰাজ্যখনত  ক'ভিড-১৯ ৰ  বিধি মানি চলা হৈছে  । এই কভিডৰ  ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে  মাস্ক পিন্ধা ,
Read More...

নৃশংস: যুৱতীক অমানৱীয় অত্যাচাৰ,ধৰ্ষণ একাংশৰ

ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে এক ভিডিঅ’ । এগৰাকী যুৱতীক কেইজনমান যুৱক সহিত এগৰাকী যুৱতীয়ে চলাইছে অমানৱীয় অত্যাচাৰ।অৱশ্যে এই ভিডিঅ’ ক’ত, কেতিয়া সংঘটিত হৈছে এয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এই ভিডিঅ’ই কঁপাই গৈছে
Read More...

হোজাইত পথ দুৰ্ঘটনা।তীব্ৰ বেগী অল্টো 800ৰ খুন্দাত ভাঙিল বিদ্যুতৰ খুটা

হোজাইত সংঘটিত হয় পথ দুৰ্ঘটনা। বৰহোলাৰ পৰা হোজাইলৈ গৈ থাকোঁতে যোগীজান আম্লিপুখুৰী ৰিজাৰ্ভত সংগঠিত হয় এই দুৰ্ঘটনা। তীব্ৰ বেগী অল্টো 800 গাড়ীৰ খুন্দাত বিদ্যুৎৰ খুটা ভাঙি যায়। এই ঘটনাত আব্দুল ৰেজাক আৰু মজিবুৰ ৰহমান নামৰ দুজন লোক
Read More...

ৰঙিয়া আছুৰ উদ্যোগত কেৰালাৰ পৰা আহি আবদ্ধ হৈ পৰা বাছ চালকক সাহায্য প্ৰদান ।

আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেৰেলাৰ পৰা অসমত আহি আবদ্ধ হৈ ৰঙিয়াৰ নিকটৱৰ্তী চেপ্তিৰ খ্ৰীষ্টান মিচনাৰী গীৰ্জাত আশ্ৰয় লৈ থকা ৮ খনকৈ বাছৰ কৰ্মচাৰী আৰু চালকক কিছু অত্যৱশ্যকীয় সা-সামগ্ৰী যোগান ধৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে । বিধানসভা
Read More...