Breaking

Browsing Category

অসম

গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ…

গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালেঃ মুখ্যমন্ত্ৰী প্ৰয়াত বিধায়কগৰাকীৰ স্বৰ্গগত আত্মাৰ সদগতি কামনাৰ লগতে
Read More...

শোণিতপুৰৰ সোনাই ৰূপাই অভয়াৰণ্যত গুলী চালনাৰ ঘটনা:দুটা হস্ত নিৰ্মিত বন্দুক দুই জাই সজিব গুলি…

শোণিতপুৰ জিলাৰ অন্তৰ্গতত সোনাই ৰূপাই  অভয়াৰণ্যত বনৰক্ষী আৰু চোৰাং চিকাৰী ৰ মাজত গুলিচালনাৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ।তথ্য অনুসৰি  যোৱা ২৩ মেৰ নিশা বন বিভাগৰ ৰেঞ্জ বিষয়া বিভূতি মজুমদাৰ নেতৃত্বত যোৱা  এটা তহলদাৰী দলৰ ওপৰত  লক্ষ্য
Read More...

আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন

অৱশেষত নগাঁও আৰক্ষীৰ জালত ম'ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন। অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিলে ইকবালক। ইকবালৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছ সহ পইণ্ট ২২ পিষ্টল আৰু ৭জাই সজীৱ গুলী। হেৰাপট্টিত
Read More...

ধুবুৰী জিলা বন বিভাগৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো বিভাগটোৰ…

ধুবুৰীত এইবাৰ বন বিভাগটোত ৰক্ষকেই যেন ভক্ষকৰ ৰূপত অৱৰ্তীন হৈছে, ধুবুৰী বন সংমণ্ডলৰ ৰেঞ্জাৰ হৰিশ নাথৰ বিৰুদ্ধে সাংবাদিকৰ কেমেৰাৰ সন্মুখত বন বিভাগৰ চোৰাং চিন্দিকেত চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ কৰিলে স্বয়ং ব্বিভাগটোৰ এগৰাকী বন কৰ্মীয়ে।
Read More...

অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰিুদ্ধে বঙাইগাঁও জিলা আৰক্ষীৰ পুনৰ অভিযান আই নৈৰ পাৰৰ পৰিত্যক্ত গৃহৰ পৰা জব্দ…

বঙাইগাঁও জিলা আৰক্ষীয়ে অবৈধ বাৰ্মিজ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ যোৱা নিশা জিলাখনৰ অন্তৰ্গত চৌৰাগুৰিৰ স্বপন কুমাৰ সৰকাৰৰ গৃহত অভিযান চলাই ২৫ লক্ষাধিক টকা মূল্যৰ ১৪০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছত আজি পুনৰ বিয়লি
Read More...

য়াছৰ আতংক:কলকাতাৰ বিমান বন্দৰত বিমান চলাচল বাতিল, উৰিষ্যা-বংগৰ সকলো ৰে’ল বাতিল

ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ঝাৰচুগুড়া বিমানবন্দৰ মঙলবাৰে নিশা ১১ বজাত বন্ধ আছিল আৰু বৃহস্পতিবাৰে পুৱা ৫ বজালৈকে বন্ধ থাকিব। ঘূৰ্ণীবতাহৰ বাবে আজি দুৰ্গাপুৰ আৰু ৰাউৰকেলা বিমানবন্দৰত সকলো বিমান চলাচল স্থগিত ৰখা
Read More...

অসমত সম্পূৰ্ণ লকডাউন নহয়ঃ গাঁৱৰ সান্ধ্য আইনৰ সময়সীমাৰ সলনিঃশ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত…

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ৰনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোকে ক'ৰনা বিধি আৰু স্বাস্হ্য সম্পৰ্কীয় নিয়ম-নীতি মানি চলাটো আৱশ্যক।ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহন কৰা নিয়ম-নীতি কঠোৰভাৱে বলৱৎ কৰাৰ বাবে প্ৰশাসনক সষ্ঠম হৈ
Read More...

দক্ষিণ কামৰূপৰ আমবাৰী আঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ ,খহনীয়াত জাহ যোৱাৰ আশংকাত উজাগৰি নিশা পাৰ…

দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু ছয়গাঁৱৰ সীমামুৰীয়া বৃহত্তৰ গুমি আমবাৰী মৌলাটাৰী অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ কৰিছে ৰাইজে। কেইবাদিনোধৰি ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু প্ৰৱল সোঁতে তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে
Read More...

ৰাজ্যত অবাধ হাৰত মাৰাত্মক হে’ৰইন ড্ৰাগছৰ সৰবৰাহ ৷

 যুৱ প্ৰজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ থেলি দিয়া মাৰাত্মক ড্ৰাগছে সৰ্বত্ৰে চানি ধৰিছে ৷ সমগ্ৰ ৰাজ্যতে পুলিচ প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান তিব্ৰতৰ কৰি তোলাৰ সময়তে দৈনিক উদ্ধাৰ হৈ আছে এনেবোৰ নিছা জাতীয় সামগ্ৰী ৷ আজি ডিমাপুৰৰ পৰা গুৱাহাটী
Read More...

যোগ আৰু প্ৰাণায়মৰ দ্বাৰাও ক’ৰনাক মানৱ দেহৰ পৰা প্ৰতিহত কৰিব পাৰিঃযোগচাৰ্য দণ্ডপ্ৰতাপ শৰ্মা ৷

সমগ্ৰ বিশ্বযুৰি আতংকৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ সংক্ৰমণৰে সকলোৰে মন ভয়ত কম্পমান ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ক’ৰনাৰ পৰা কেনেকৈ দূৰত থাকিব তাৰ টিপছ সকলোৱে জ্ঞাত ৷ চৰকাৰী ভাৱে সকলোকে মাস্ক,চেনিটাইজাৰ, হাতধোৱা ইত্যাদি ব্যৱহাৰ নিৰ্দেশনা
Read More...