Breaking

Browsing Category

অসম

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীৰ ভয়ংকৰ খহনীয়া, গড়াখহনীয়া ৰোধৰ স্থায়ী সমস্যা…

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীয়ে ভয়ংকৰ খহনীয়া আৰম্ভ কৰিছে। যোৱা কিছুদিন ধৰি বৰগাং নদীৰ পানী বাঢ়ি অহাত বিহালী সমষ্টিৰ  বৰঝাৰণী গাওঁ পঞ্চায়তৰ অধীনৰ  টেঙাবাৰীৰ সমীপত খহনীয়াৰ কালৰূপ ধৰাত  শংকিত হৈ পৰিছে গাওঁবাসী।
Read More...

বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ, উপস্থিত মুখ্যমন্ত্ৰী

সুস্বাস্থ্যৰ বাবে বাবে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনলাইন যোগাসন শিৱিৰ।এই যোগ শিৱিৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাগৰাকীও
Read More...

ওৰাং আৰক্ষীৰ বৃহৎ সফলতা।চুৰি হোৱা বুলেট গেলাবিলত উদ্ধাৰ।

ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত মৰা ধনশ্ৰীৰ পৰা চুৰি হোৱা এখন বুলেট বাইক  ওৰাং আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সুত্ৰে জানিব পৰা মতে  যোৱা কালি সন্ধিয়া ৰৌতা মৰা ধনশ্ৰীৰ পৰা প্ৰীতম তালুকদাৰ নামৰ লোক
Read More...

ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত ক’ভিড ১৯ আক্ৰান্তলৈ বিনামূলীয়া খাদ্য যোগান কাৰ্যসূচী

ক'ভিড ১৯ৰ মহামাৰীৰ সময়ত, ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া গদাধৰ চেলেং আৰু তেওঁৰ সতীৰ্থ সকলৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংগঠন ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰাম্যাঞ্চলৰ ক'ভিড ১৯ত আক্ৰান্ত সকলে বিনামূলীয়া আহাৰ , খাদ্য সামগ্ৰীৰ যোগান
Read More...

আলোপতিত চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখলকলৈ প্ৰতিবাদ, ব্যৱস্থা গ্ৰহণৰ দাবী

বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত চেঙা শিক্ষা খণ্ডৰ পশ্চিম কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখলক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ অভিভাৱক সৈতে প্ৰধান শিক্ষক নুৰ ইছলামে বিদ্যালয়ৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সাৱস্ত্য কৰে
Read More...

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ: ক’ত ক’ত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ

৬ মে'ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ'ব৷  ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বিয়লী ভাগলৈ আংশিকভাবে দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ৷
Read More...

” মাইক্ৰ’ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছো তো কৰিম। লাগিলে আমি দৰমহা নলওঁ!”…

'' মাইক্ৰ'ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছো তো কৰিম। লাগিলে আমি দৰমহা নলওঁ!" মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা https://youtu.be/bICCeXwakwM
Read More...

কাকপথাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১৯ সৎখ্যক মৃত্যু দিৱস উদযাপন

ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা স্বতন্ত্ৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৯ সংখ্যক মৃত্যু দিৱসটি ৰাজ্যৰ কেইবাখনো জিলাৰ সমান্তৰালভাৱে আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত ডিৰাকস্থিত নিজ কাৰ্যালয়ত,
Read More...

নগাঁও আৰক্ষীৰ জালত জাগীৰোডৰ পৰা পলায়ণ কৰা ২১জন ৰেলযাত্ৰী:ক’ভিদ বিধি ভংগ কৰি সমগ্ৰ সমাজখনকে…

 কেৰেলাত শ্ৰমিক হিচাপে কৰ্মৰত নগাঁও জিলাৰ ৰূপহী, জুৰীয়া, বটদ্ৰৱা, ধিং আৰু চামগুৰি অঞ্চলৰ বহু শ্ৰমিকক বিচাৰি অহৰ্নিশে অভিযান চলাইছে নগাঁও আৰক্ষীয়ে। দেওবাৰে পুৱা জাগীৰোড ষ্টেচনৰ পৰা স্ক্ৰীনিং নকৰাকৈ পলায়ণ কৰা কেইবাশতাধিক শ্ৰমিকে বিবেক
Read More...