Breaking

Browsing Category

অসম

বোকাখাতৰ লখৌজানত খুটিয়া পহু উদ্ধাৰঃ

১৭ মে'ৰ পুৱা বোকাখাতৰ লখৌজানৰ ননী গোপাল ৰাজখোৱাৰ বাসগৃহত এটা খুটিয়া বা ছাগলী পহু উদ্ধাৰ হয় । বনাঞ্চলৰ পৰা ওলাই অহা হৰিণটো ৰাজখোৱাৰ সীমাৰ বেৰা পাৰ হৈ আহি গোঁসাই ঘৰত সোমাই আছিল। পাছত পানবাৰীস্থিত বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন
Read More...

নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।  বঢ়মপুৰৰ বাৰগঁঞা নামঘৰৰ সমীপতত থকা এটা পুখুৰীত  উপঙি থকা অবস্থাত উদ্ধাৰ হয় মৃতদেহটো ।এজন অচিনাক্ত লোকৰ এই মৃতদেহটোক লৈ বঢ়মপুৰত
Read More...

কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাধাৰণ ৰোগীৰ হাহাকাৰ : কভিড নিগেটিভ লোককো প্ৰেচাৰ পৰীক্ষা নকৰে

যোৰহাট জিলাৰ বৃহত্তৰ কাকজান গ্ৰাম্য এলেকাৰ লোক সকলৰ স্বাস্থ্য ৰক্ষাৰ একমাত্ৰ ভৰসাৰ একমাত্ৰ স্থল হল কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । বিভিন্ন সময়ত এই কেন্দ্ৰত সংঘটিত কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । কভিড সৃষ্ট এই
Read More...

প্ৰয়াত হোমেন বৰগোহাঞি ৰ বাসগৃহত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি প্ৰয়াত হোমেন বৰগোহাঞিৰ খাৰঘূলিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰেৰণ কৰা শোক সংবাদ পত্ৰখন শোকসন্তপ্ত পৰিয়ালবৰ্গৰ হাতত
Read More...

ৰঙ্গেশ্বৰীত মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি উধাও ঠিকাদাৰ, আতংকিত গঞাৰ ব্যৱস্থা গ্ৰহণৰ দাবী

বাৰিষাৰ সময় কাষ চাপি অহাৰ লগে লগে চিন্তিত হৈ পৰিছে ৰাজ্যৰ নৈপৰীয়া আৰু ভগ্ন মথাউৰিৰ আশেপাশে থকা লোকসকল। নগৰবেৰাৰ ৰঙ্গেশ্বৰীতো মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি ঠিকাদাৰ উধাও হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজে। কিয়নো যোৱাটো বানে
Read More...

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত জড়িত পালচাৰ বাইক জব্দ, আটক এজন

ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত থকা পালচাৰ বাইক জব্দ কৰিছে আৰক্ষীয়ে। লগতে এই বিস্ফোৰণত জড়িত এজন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত যুৱক জন লক্ষীপথাৰ দেওঘৰীয়া গাঁৱৰ হীৰেণ গগৈ। পূৰ্বে কেইবাটাও ধন দাবী আৰু ডকাইতি গোচৰতো জড়িত আছিল এই
Read More...

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অতি সোনকালে ৰিতুলক উদ্ধাৰৰ আশ্ৱাস

আলফা স্ৱাধিনে অপহৰণ কৰা বৰহোলাৰ ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বৰহোলাৰ নাঙল গাঁৱত ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক লগ কৰা লগতে ৰিতুল শইকীয়াৰ অসুখীয়া মাতৃৰ স্বাস্থ্যৰ বুজ লয়
Read More...

লাহৰীঘাটত লুইতৰ গৰাখহনীয়া অব্যাহত!নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ!যোৱা বৰ্ষত নিৰ্মিত মথাউৰি জাহ যোৱাৰ…

 বাৰিষাৰ পূৰ্বেই  মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে লুইতৰ গৰাখহনীয়া !লাহৰীঘাটৰ ভিন্ন স্হানত লুইতে অধিক উগ্ৰৰূপ ধাৰণ কৰাত নৈপৰীয়া লোকসকলৰ মাজত হাহাকাৰ লাগিছে !বাৰিষাৰ পূৰ্বেই গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত  নৈপৰীয়া লোকসকল অধিক শংকিত
Read More...

তাহানিৰ আভিজাত্যৰ প্ৰতীক, আজি যেন নষ্টালজিয়া৷এসময়ৰ ভাৰতীয় ৰাজপথৰ সম্ৰাট আজি সকলোৰে বাবে অতিত

 চুবুৰীয়া কোনো এটা শিশুৱে যদি হাতৰ তলুৱাৰে বহুদিনৰ পৰা খামোচ মাৰি ধৰি থকা ধূলিৰ প্ৰলেপখিনি আতঁৰাই গ্লাছেৰে ভিতৰলৈ জুমি চাইছে,কোনোৱে আকৌ তাৰ বুকুত এ বি চি ডি-ক খ গ ঘ-১ ২ ৩ ৪ ৰ আখৰ লিখাৰ আখৰা চলাইছে ৷ বহুতে আকৌ তাৰ আঁৰ লৈ খেলিছে শৈশৱৰ
Read More...

পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাইনো ইকো…

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ খৈৰানীত নতুনকৈ শুভাৰম্ভণি কৰা ৰাইনো ইকো ৰিজৰ্টে এতিয়া ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰত ভূটান সীমান্তৰ পাহাৰীয়া অঞ্চলত অৱস্থিত হোৱা হেতুকে প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময় কটোৱাৰ বাবে বিভিন্ন
Read More...