Breaking

Browsing Category

অসম

দেৰগাঁৱক মহকুমা ঘোষনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান গোলাঘাট জিলা আপকুৰ।বিধায়ক…

শাসনাধিষ্ঠিত প্ৰতিখন চৰকাৰকে বাৰম্বাৰ আবেদন নিবেদন  প্ৰদান  কৰি অহাৰ পাছতো আজি পৰ্যন্ত কোনো এখন চৰকাৰে দেৰগাঁৱক মহকুমা গঠন কৰাৰ সিদ্বান্ত কাৰ্যকৰী নকৰিলে ।যোৱা ২০১৯ বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন (আপকু)ৰ দেৰগাঁৱত
Read More...

দুমুনীচকীৰ ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ঘৰতে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতিৰৰ নামাজ

আজি পবিত্ৰ ঈদ-উল-ফিটৰ। এমাহ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী
Read More...

হৃদয়বিদাৰক! নগাঁও জিলাৰ বঢ়মপুৰত ২০ টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ বঢ়মপুৰত এক কৰুণ ঘটনা।বামুনী পাহাৰৰ দুৰ্গম ওখ চুৰাটত এটা বনৰীয়া হাতীৰ জাকৰ মৃত্যু। প্ৰায় ২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।প্ৰাৰ্থমিক অনুসন্ধানত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি জানিব দিয়ে বনবিভাগে। নগাঁৱৰ বন
Read More...

পৰিয়াল পৰিচয় পত্ৰত অসমীয়া ভাষাক এলাগি:জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বিটিআৰ'ৰ ওদালগুৰি জিলাত যিবোৰ নতুন পৰিয়ালৰ মাজত পৰিয়াল পৰিচয় পত্ৰ বিতৰণ কৰা হৈছে তাত অসমীয়া ভাষাক এলাগি কৰি বড়ো আৰু বাঙালী ভাষাহে ব্যৱহাৰ কৰা হৈছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে তীব্ৰ ভাষাৰে প্ৰতিবাদ
Read More...

ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৪৫ গৰাকীসহ মুঠ ১০৬৭ গৰাকী :মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৩মেলৈ ওদালগুৰিত ৪৫ গৰাকী
Read More...

কাকজান চাহবাগিচাৰ সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে অভিযোগ নাকচ কৰিলে স্থানীয় ৰাইজে

 যোৰহাট জিলা হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ সুলভ মূল্যৰ সামগ্ৰীৰ এজেণ্ট অনিল কুমাৰ গুপ্তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ই যি অভিযোগ আনিছে সেইখিনি ভিত্তিহীন বুলি স্থানীয় ৰাইজে জানিবলৈ
Read More...

ৰঙিয়াৰ গাৱে-ভূঞে অভিযান কামৰূপ আৰক্ষী প্ৰশাসনৰ।

ক'ভিডৰ নতুন প্ৰটʼকল বলৱৎ কৰিবলৈ ব্যপক তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন ।  কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু বিষয়া আচিফ মহম্মদ হুচেইন,ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সহযোগত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
Read More...

বিশ্বনাথত আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ।

 অসম চৰকাৰৰ প্ৰথমখন কেবিনেটৰ পিছত যি নতুন এচ .অ. পি. প্ৰকাশ কৰিছিল তাৰ পিছত বিশ্বনাথ আৰক্ষী আজি কঠোৰ হোৱা পৰিলক্ষিত হৈছে । দিনৰ দুই বজাৰ পিছত ব্যক্তিৰ চলাচলত যি বাধা প্ৰদান কৰা হৈছিল তাক লৈ সক্ৰিয় হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ
Read More...

মাৰ্ঘেৰিটাত কৃষি ভূমি বিনষ্ট কৰি অবৈধ ভাবে স্থাপন ইটাভাটা।

 তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কৃষিভূমি বিনষ্ট কৰি অবৈধ ভাবে ইটাভাটা স্থাপনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে। মাৰ্ঘেৰিটা নগৰৰ পৰা কেই কিলোমিটাৰ মান নিলগৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ কৃষিভূমি ধ্বংস কৰি একমাত্ৰ
Read More...

আজি মুক্তি পাব ছলমানৰ নতুন ছবি ‘ৰাধে’

ক’ভিড পৰিস্থিতিৰ বাবে বিগত বছৰত ছলমান খানৰ কোনো ছবি মুক্তি পোৱা নাছিল।এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেশত ক’ভিড মহামাৰীৰ দাবানলৰ বাবে বিশাল পর্দাৰ পৰিৱৰ্তে OTT-তেই মুক্তি পাবলৈ ওলাইছে ‘ৰাধে’। প্রাথমিক পৰ্যায়ত ছবিৰ প্রযোজক-অভিনেতা ছলমন খান
Read More...