Breaking

Browsing Category

অসম

বিধায়ক পদ্ম হাজৰিকাক মন্ত্ৰীত্ব নিদিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ চতিয়াবাসীৰ

কৰ্মৰথী,চতিয়া ৰত্ন পদ্ম হাজৰিকাৰ দৰে এগৰাকী দক্ষ বিধায়কক অসম মন্ত্ৰী সভাত স্থান নিদিয়া কাৰ্যত ক্ষুব্দ্ধ হৈ পৰিছে চতিয়াবাসী ৰাইজ। পাঁ‌চ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা তথা এগৰাকী অক্লান্ত সেনানী পদ্ম হাজৰিকাক মন্ত্ৰী সভাত
Read More...

মাৰ্ঘেৰিটাত সান্ধ্য আইনৰ উলংঘন ,সান্ধ্য আইনৰ সুযোগ লৈছে একাংশ কয়লা মাফিয়াই

ক'ৰণাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যজুৰি সন্ধিয়া ৬ঃ০০ বজাৰৰ পৰা পুৱা ৫ঃ০০ বজালৈ বলবত কৰা হৈছে সান্ধ্য আইন|উক্ত সময়চোৱাত ৰাজপথত  অত্যাৱশ্যেকীয় সেৱা সমূহৰ বাহিৰে আন যান-বাহনসমূহ চলাচল কৰিব নোৱাৰে যদিও গভীৰ  নিশালৈকে
Read More...

অসম মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ; কোনে লাভ কৰিলে কি কি বিভাগ

অসম মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ; কোনে লাভ স্বাস্থ্য,‌‌শিক্ষা আদি বিভাগৰ মন্ত্ৰী পদ ১)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকিব গৃহ আৰু লোকনিৰ্মাণ বিভাগ ২)কেশৱ মহন্তৰ হাতত থাকিব স্বাস্থ্য বিভাগ। ৩) ৰনোজ পেগুক শিক্ষা আৰু ভৈয়াম
Read More...

দুৰ্নীতিৰ দুৰ্গত পৰিণত হৈছে নাজিৰাৰ গেলেকী পঞ্চায়ত

 নাজিৰা মহকুমাৰ গেলেকী গাওঁ পঞ্চায়ত এনে এটা পঞ্চায়ত য'ত প্ৰতিটো কামতেই দুৰ্নীতি হৈ আহিছে । পঞ্চায়তৰ সন্মুখ ভাগত অহা এটা পথৰ নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে । ৬ লাখ ২৩ হাজৰ টকাত নিৰ্মাণ হ'ব লগা এই পথটো নিৰ্মাণৰ বাবে
Read More...

ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৯৭ গৰাকীসহ মুঠ ৯০৫ লৈ বৃদ্ধি :মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১০মেলৈ ওদালগুৰিত ৯৭
Read More...

অনামিকা দুৱৰা” ৰ স্ৰষ্টা জনপ্ৰিয় কবি পল শেনচোৱাৰ অকাল মৃত্যু

"তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাইছো, অনামিকা দুৱৰা" আদি জনপ্ৰিয় কবিতাৰ স্ৰষ্টা যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি পল শেনচোৱাৰ কালি ৩৭ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লয়। কালিৰ পৰা পেটৰ বিষত আক্ৰান্ত কবি জনৰ স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটাত কালি
Read More...

দাৰিদ্ৰ্যৰ কৰুণ পৰিণতিত আত্মহত্যা ! নিজে সজা জুপুৰীত উদ্ধাৰ পিতৃ-কন্যাৰ অৰ্দ্ধগলিত মৃতদেহ

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত সাতচৈ গ্ৰান্ট বৰচাপৰিত পৰহি  বিয়লি  পিতৃ আৰু কন্যাৰ অৰ্দ্ধগলিত মৃতদেহৰ উদ্ধাৰৰ এক কৰুণ আৰু বিভৎস ঘটনাই সমগ্ৰ নাজিৰা মহকুমাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কালি গধূলি ঘটনাৰ বিষয়ে  নাজিৰা আদৰ্শ
Read More...

লাহৰীঘাটৰ দুখন গাঁৱক কনটেইনমেন্ট জ’ন ঘোষণা কৰিলে জিলা প্ৰশাসনে

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্হ  বৰিবন্ধা আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ পোকালাগি গাঁৱত  যোৱা কালি  ১০ মেত   একে দিনাই  ১৮ জনৰ কৰোনা RAT টেষ্টত পজেটিভ হোৱাৰ পিছত  প্ৰশাসনে   দুয়োখন  গাঁৱতে   ১৫ দিনলৈ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে
Read More...

অসমত কোৰোণাৰ ভয়ংকৰ ৰূপঃ কালিৰ দিনটোত মৃত্যুক সাৱটিলে ৭৭জন ৰোগীয়ে, মুঠ আক্ৰান্তৰ সংখ্যা ৫,৮০৩

সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হ'ল ৫৮০৩ জন লোক।কেৱল কালিৰ দিনটোতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অভিলেখ সংখ্যক ৭৭ জন ৰোগীয়ে।কেৱল কামৰূপ মহানগৰ জিলাতে ১৪৮১ জন লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।
Read More...

তিনিচুকীয়াৰ জাগুনত গ্ৰেনেড বিস্ফোৰণ, নিহত এজন কিশোৰ!

তিনিচুকীয়াৰ জাগুনত গ্ৰেনেড বিস্ফোৰণ। জাগুনৰ কথা ৰিজাৰ্ভৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। নদীৰ কাষত পৰি থকা গ্ৰেনেডটো এটি কিশোৰে হাতত তুলি লওঁতেই বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত ১২ বছৰীয়া সুৰজ হাজং নামৰ কিশোৰজন নিহত হোৱা বুলি জানিব পৰা
Read More...