Breaking

Browsing Category

অসম

নিশা পুনৰ ভুমিকম্পৰ জোকাৰণি

নিশা পুনৰ আন এক ভুমিকম্পই জোকাৰি যায় অসম। এইবাৰো নিশা অহা ভুমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰেই আছিল ।ৰাষ্ট্ৰীয় ভুমিকম্প বিভাগে সদৰি কৰা অনুসৰি নিশা প্ৰায় ১১.২৬ বজাত অনুভুত হয় এই ভুমিকম্পৰ। ৰিখটাৰ স্কেলৰ মাপ অনুসৰি ভুমিকম্পটোৰ প্ৰাবল্য
Read More...

হিমন্ত বিশ্বৰ মন্ত্ৰীসভাত কোন কোন হ’ব কেবিনেট মন্ত্ৰী, চুড়ান্ত তালিকা!

নতুন মন্ত্ৰীসভাৰ প্ৰাথমিক তালিকা চুড়ান্ত কৰিছে বিজেপি নেতৃত্বই। হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰীসভাৰো কেইবাজনো নতুন মন্ত্ৰীয়ে কৰিব শপত গ্ৰহণ। জানিব পৰা মতে নতুন মন্ত্ৰীসভাৰ প্ৰাথমিক
Read More...

শুভ উদ্ধোধন কৰাৰ ৩মাহৰ পিছতো মুকলি নহ’ল মাজবাটৰ মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়।অতিশীঘ্ৰে মুকলি…

শুভ উদ্ধোধন কৰাৰ ৩ মাহৰ পিছতো মুকলি কৰা নহল ওদালগুৰি জিলাৰ মাজবাটত অৱস্থিত মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ৰ খন ৷আদৰ্শ চিকিৎসালয় থাকিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত বৃহত্তৰ মাজবাট অঞ্চলৰ ৰাইজ। দেশত তথা ৰাজ্যত ইতিমধ্যে মহামাৰী কাল কৰণাই ভয়ংকৰ
Read More...

চাবুৱাত মৃতদেহ কঢ়িওয়া ভেনৰ প্ৰয়োজন, মৃতদেহ কঢ়িয়াইছে জাবৰ পেলোৱা গাড়ীত

সম্প্ৰতি মহামাৰী ক'ৰোণা তথা ক'ভিড-১৯ৰ  দ্বিতীয় ঢৌয়ে জনসাধাৰণক ত্ৰাসি মধুসূদন দেখুওৱাছে । ক'ভিডৰ  দ্বিতীয় ঢৌৰ কবলত হেজাৰ হেজাৰ লোক আক্ৰান্তৰ বিপৰীতে বহুজনৰ অকাল মৃত্যু হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱাতো ক'ৰোণা মহামাৰীয়ে ব্যাপক ৰূপত  সংক্ৰমণ
Read More...

দৈনন্দিন বাৰ্তা বাতৰি প্ৰভাৱ,বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ

পূব শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বৰগাং বনাঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত একাংশ  বন কৰ্মী গুৰুত্বহীণৰ  বাবে এতিয়া সুবিধা লৈছে একাংশ শিল বালি সৰবৰাহকাৰীয়ে। বৰগাং বনাঞ্চলিক কাৰ্যালয়ত পূৰ্বে থকা ৪ নং বালি মহলটো বুৰৈ নদীৰ বুৰৈ দলং আৰু ৰেল দলংৰ
Read More...

শিক্ষক অমৃত ৰাজখোৱাৰ একক প্ৰচেষ্টাত পুথিভঁৰাল মুকলি

ক'ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে শিক্ষক , কবি , গীতিকাৰ, সুৰকাৰ তথা চাবুৱা সমষ্টিৰ অন্তৰ্গত লাইপুলিৰ নিবাসী অমৃত ৰাজখোৱাই  একক প্ৰচেষ্টাৰে এটি পুথিভঁৰাল নিজা বাসভৱনত নিৰ্মাণ কৰি আজি মুকলি কৰা খবৰে সমগ্ৰ
Read More...

ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাৰ বিশ্ব ৰেডক্ৰছ দিৱস পালন, ক’ভিড-১৯ ৰ মহামাৰীৰ বাবে পালন…

ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাই আজি মঙলদৈত থকা ৰেডক্ৰছ কাৰ্যালয়ত বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰে। ৰাতিপুৱা ভাৰতীয় ৰেডক্ৰছ ছোচাইটীৰ পতাকা উত্তোলন কৰে দৰং জিলা ৰেডক্ৰছ ছোচাইটীৰ অধ্যক্ষ গোবিন্দ উপাধ্যায়ে,ৰেডক্ৰছৰ জন্ম দাতা জন হেনৰি
Read More...

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

 সদৌ দৰং জিলা ছাত্ৰ সন্থাই জিলা প্ৰশাসনক দৰঙৰ ৭ তাকৈ শ্বহীদ ভৱন দৰং জিলা প্ৰশাসনক আগবঢ়ায় কোভিড সেৱাৰ বাবে। শনিবাৰে দৰং জিলা ৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ হাতত লিখিত ভাবে আগবঢ়ায় শ্বহীদ ভৱন কেইটা ক’ভিড মহামাৰীৰ সৈতে জিলা প্ৰশাসনে চলাই থকা
Read More...

এন চি চি ত ভৰ্ত্তি হব পাৰিব অসমসহ উত্তৰ পূৱৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী ,উত্তৰ পূৱ…

দেশৰ সৰ্ববৃহৎ যুৱ সংগঠন আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ত এইবাৰ অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী সকলেও ভৰ্ত্তি হব পাৰিব । বৰ্তমান উত্তৰ পূৱৰ বাবে
Read More...

ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৫৯জনসহ মুঠ ৬৮৩লৈ বৃদ্ধি ,মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ৭মেলৈ ওদালগুৰিত ৫৯ গৰাকী  কৰোনাত আক্ৰান্ত
Read More...