Breaking

Browsing Category

অসম

বিশ্বনাথ নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত এজন চিকিৎসালয়ৰ কৰ্মচাৰী।

 বিশ্বনাথ চাৰিআলি নগৰত শুক্ৰবাৰে নিশা এঘাৰ মান বজাত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত হল বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মী। উল্লেখ্য যে নিশা এঘাৰমান বজাত বিশ্বনাথৰ পাভৈ পথৰ পৰা দেৱজিত টেৰাং
Read More...

মাৰ্ঘেৰিটাত বিশ্ব ৰেডক্ৰছ ছচাইটিৰ প্ৰতিষ্ঠাৰ দিবস উৎযাপন

 আজি বিশ্ব ৰেডক্ৰছ ছচাইটিৰ প্ৰতিষ্ঠাৰ দিবস। সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়াৰ জিলাৰ মাৰ্ঘেৰিটাতো ৰেডক্ৰছ ছচাইটিৰ উদ্যোগত পালন কৰা হৈছে বিশ্ব ৰেড ক্ৰছ ছচাইটিৰ দিবস।ৰাজ্যত অৱ্যাহত থকা ক'ভিড ১৯ ৰ ভয়ঙ্কৰ মহামাৰীৰ প্ৰতি লক্ষ ৰাখি আজি তিনিচুকীয়া
Read More...

গুৱাহাটীৰ বেলতলাত লোমহৰ্ষক হত্যাৰ বলি নগৰবেৰাৰ প্ৰাঞ্জল কলিতাৰ পৰিয়ালে আজিও নাপালে ন্যায়…

কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত মেধিপাৰা গাঁওৰ হৰিপদ কলিতাৰ একমাত্ৰ পুত্ৰ প্ৰাঞ্জল কলিতা (২৯) নামৰ এগৰাকী যুৱকক গুৱাহাটীৰ বেলতলাৰ ধৰ্মপুৰত শোৱাপাটীতে দূবৃত্তই হানি খুচি নৃশংসভাৱে হত্যা কৰাৰ প্ৰায় ৪০ দিন উকলি যোৱাৰ পাছতো মহানগৰ
Read More...

ক’ভিড ১৯ ৰ প্ৰতিষেধক বিছাৰি ৰাইজৰ ব্যপক ভীৰ মাৰ্ঘেৰিটাত,ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ…

ৰাজ্য চৰকাৰে মুকলি কৰাৰ ১৮ৰ পৰা ৪৪ বয়সৰ ব্যক্তিৰ  ক'ভিড ১৯ৰ প্ৰতিষেধক তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাটোতো ৭ মে'ৰ পৰা কেইবাটাও ঠাইতো জনসাধাৰণক দিয়াৰ  ব্যৱস্থা গ্ৰহণ কৰা হৈছে| অন লাইন যোগেদি নিজৰ নাম পঞ্জীয়ন কৰাৰ ব্যক্তিসকলে
Read More...

অসমৰ অগ্নি গৰ্ভা পৰিস্থিতিত চৰকাৰ গঠনৰ হোহকা- পিচলা কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যত অসন্তুষ্টি মাজুলী…

দ্বিতীয় বাৰৰ বাবে একক সংখ্যা গৰিষ্ঠ আসনত জয়লাভ কৰা অসমৰ নৱনিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টো লৈ হোহকা পিচলা কৰা কেন্দ্ৰীয় নেতৃত্বৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলী বাসীয়ে। দেশৰ
Read More...

নগৰবেৰাত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ পাতিলে দীঘলীয়া শাৰী। ভেকচিন নাপাই বহুত উভতিল অহাবাটে

দেশ তথা ৰাজ্যত কৰোণাৰ সংহাৰ অব্যাহত, প্ৰতিদিনে মৃত্যু হৈছে ইজনৰ পিছত সিজনকৈ লোকৰ। ৰাজ্যত কৰোণাৰ দ্বিতীয়টো ঢৌয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে যাৰ বাবে কৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে কভিড’১৯ টিকাকৰণ
Read More...

কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।

কোৰোণাক পৰাস্ত কৰি সুস্থ শৰীৰে ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।  GMCHত ১৫ দিন ধৰি কোৰণাৰে যুজি আছিল সাহিত্যিকগৰাকী। শুকুৰবাৰেই বৰগোহাঞিৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও আজিহে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় সাহিত্যিক গৰাকীক।যোৱ ২৪
Read More...

দৰঙৰ শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধৰ দাবী ইত্তেহাদ ফ্ৰন্টৰ।

দৰং জিলাৰ বিভিন্ন শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধ কৰাৰ দাবী ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ ।বিশেষকৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ঈদৰ গয়না লৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত জনসমাগম দেখা যায়, বেছিমাৰী
Read More...

ক’ভিড-১৯‌ৰ ভয়াবহতা: সজাগ আৰু সচেতনতাৰ বাবে টীয়কত চুটি ছবি “প্ৰতিৰোধ” শুভ মুক্তি

যি  সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো ক'ভিড-১৯ য়ে ভয়াবহ ৰূপ ধাৰণ কৰি দৈনিক আক্ৰান্ত ৰোগী আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেইসময়তে টীয়কৰ কেইজনমান উদীয়মান যুৱকে ক'ভিডক লৈ সাধাৰণ জনতাক প্ৰশাসনৰ সমান্তৰালকৈ সজাগ আৰু সচেতন কৰিবৰ বাবে
Read More...